পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পৰিশেষে এই কওঁ যে, এই পুথী ময় মুদ্ৰিত কৰিলোঁ হয়, কিন্তু ইয়াৰ স্বত্ব গ্ৰন্থকৰ্ত্তাৰেই আছে
ইতি৷

অসম-নগাঁও
      শ্ৰীগুণাভিৰাম শৰ্মা।
শক ১৮৯৬; ১লা বৈশাখ


চতুৰ্থবাৰৰ বিজ্ঞাপন৷

 এই মুদ্ৰাঙ্কণত ইয়াক অনেক বৰ্দ্ধিত কৰা হ’ল৷
          শ্ৰীদীনবন্ধু শৰ্মা৷