পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শব্দরূপ৷

তলত কিছুমান শব্দৰূপ দিয়া হ’ল; ইহাক ভালকৈ বুঝিব পাৰিলে আন আন শব্দৰ রূপ কৰিবলৈকে কঠিন ন হব৷

মানুহ শব্দ৷
কাৰক।   একবচন।   বহুবচন।
কৰ্ত্তা   মানুহে   মানুহ বিলাকে।
কৰ্ম্ম   মানুহক   মানুহ বিলাকক।
কৰণ   মানুহেৰে   মানুহ বিলাকেৰে।
সম্প্ৰদান   মানুহক   মানুহ বিলাকক।
অপাদান   মানুৰ পৰা   মানুহ বিলাকৰ পৰা।
অধিকৰণ   মানুহত   মানুহ বিলাকত।
সম্বন্ধ   মানুহৰ   মানুহ বিলাকৰ।
সম্বোধন   হেৰ মানুহটো   হেৰ মানুহ বিলাকৰ।
ল’ৰা শব্দ।
কৰ্ত্তা   ল'ৰাই   ল'ৰাবোৰে।
কৰ্ম্ম   ল'ৰাক   ল'ৰাবোৰক।
কৰণ   ল'ৰাৰে   ল'ৰাবোৰেৰে।
সম্প্ৰদান   ল'ৰাক   ল'ৰাবোৰক।
অপাদান   ল'ৰাৰ পৰা   ল'ৰাবোৰৰ পৰা।
অধিকৰণ   ল'ৰাতে   ল'ৰাবোৰতে।
সম্বন্ধ   ল'ৰাৰ   ল'ৰাবোৰৰ।
সম্বোধন   হেৰ ল'ৰা   হেৰল'ৰা বোৰ।