পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
প্ৰাকৃত-ভূগোল।


স্থললৈ চালে কক্ষ স্থলক যেনে দেখা যাব তাক তৃতীয় প্ৰতিকৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিৰ পৰা কক্ষৰ আকৃতি আৰু মেরুদণ্ডৰ ঢাল জনা যায়। ইয়াত স সুমেরু। ২১ চেপ্টেম্বৰত পৃথিবী যি পোনে হব সেই ফালৰ পৰা কক্ষ স্থলৰ দাঁতিয়েদি চালে তাক এটি ৰেখা যেন দেখা যায়; যেনেকৈ বাও নোহাৱা চিলট এখনক তাৰ ধাৰৰ পোনে চালে ৰেখাৰ নিচিনা দেখা হয়। সেই দৰে চালে সুৰ্য্যৰ সম্বন্ধে পৃথিবীৰ অৱস্থিতি যেনে দেখা যাব তাক ৪ৰ্থ প্ৰতি

  ৩য় প্ৰতিকৃতি।

২১ মাৰ্চ
২১ চেপ্টেম্বৰ

কৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিত পৃথিবীৰ মেরুদণ্ড যে কক্ষ স্থলৰ প্ৰতি সদাই একে ফাললৈ হেলনীয়াহৈ ফুৰে, আরু একে দৰে হেলনীয়া হৈ যে কেন্দ্ৰ স্থলৰ সৈতে ৬৬°–৩২ ১/২ কোণ কৰে অথচ সূৰ্যৰ কিৰণৰ সৈতে ২১ জুনতকৈ কোনো তাৰিখতে মেরুদণ্ডই সরূ কোণ আৰু ২১ ডিচেম্বৰ তাৰিখতকৈ ডাঙ্গৰ কৰিব নোৱাৰে, এই প্ৰকাশ হয়। ২১ ডিচেম্বৰ তাৰিখত পৃথিবী যি