সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Io1 ধ্ব সাবিত্রী বড় সাধ্বী আছিল। স্ব শােকান্বিত লােকক প্রবােধ দিয়া। ব্ৰ বিফল গ্রহিণী ৰোগলৈ ভাল। শ্ব ঈশ্বৰক ভয় কৰিব। স্ব স্বৰূপ কথা কবা। স্ব জিহ্বাৰে সােৱাদ পােৱা যায়। - ইক্ষু কুৰ বশত ৰাম উপজি ছিল। ন ফুল। গ্ন = গ্ন কোনো কোনো মানুহে সকলাে কামলৈ শুভ লগ্ন বিচাৰি ফুৰে। ঘু বিবেচক মানুহে মহা বিঘ্নকো এড়াব পাৰে। ত্ন যত্ন নকৰিলে কেতিয়াও ৰত্ন পােৱা নে যায়। প্ন অল্প ধতুৱা মানুহৰ স্বপ্ন দেখি এই তত হেৰায়। ম নিম্ন ভূমিত নানা বিধায়া ঘাঁহ হয়। & ? এই চিনে প্রশ্ন বুজায়। সু ভাই ভনীক স্নেহ কৰিব। হ্ন জাহ্নবী নৈৰ পানী পবিত্ৰ বুলি কয়।