পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰ ফলা। ক, ঐ এ 3, এ দ্ৰ প্ৰ ভু, ভ্ৰ স্ৰ ব্ৰ শ্ৰ স্ৰ হ্র। ক্ৰ ক্ৰোধৰ নিচিনা বিপু নাই। গ্ৰ কাৰো গলগ্রহ হই নে থাকিবা। ব্র সময় বতাহৰ নিচিনা শীঘ্ৰে উড়ি যায়। ঐ যি মানুহৰ দয়া নাই, তাৰ হৃদয় বজ্রময়। এ অকপটায়। মিত্ৰক মাথোন পতিযাবা। দ্র ভদ্র মানুহৰ লৰাইও বিদ্যা নিশিকি অভদ্র হয়। প্ৰ যি মিচা কথা কয় সি তাৰ প্ৰতিফল পায় । ভ্র ভ্রম নোহোৱা মানুহ পাবলৈ টান। স্ত্র আম্রফল খাবলে ভাল। ব্ৰ মনৰ গতি বড় তীব্র। শ্ৰ নিৰ শ্ৰয়ক আশ্রয় fবা। স্র দহ শই * সহস্র । হ্ৰ মৰু হ্রদ • ? নো জাব থাকব নােৱাৰে।