পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] ঢ্য বিভূতি থকা মানুহক অঢ্যি কয়। ণ্য সদাই পুণ্য কৰিবলৈ মন দিবা। ত্য কোনেও মৃত্যু এড়াব নােৱাৰে। থ্য কেতিয়াও মিথ্যা কথা ন কবা। দ্য বিদ্যাৰ নিচিনা ধন নাই। ধ্য অধ্যাপকৰ উপদেশ মনত সাঁচি ৰাখিবা। ন্য সকলো কথাতে গুৰু জনক মান্য কৰিবা। প্য ৰোপ্যৰ পৰা টকা হয়। ভ্য নিতে পাঠ অভ্যাস কৰিব। ম্য সৰু লৰা ছােৱালীৰ কথা মনােম্য। য্য দুখীয়া মানুহক সাহায্য কৰা ল্য হীৰাৰ জিলিকনিৰ তুল্য আন কোনাে বাখ- ৰৰ জিলিকনি নাই। ব্য ব্যাধি হলে দৰব খোৱা উচিত। শ্য কৰিব লগীয়। কম অৱশ্যে কৰিবা। ম্য ভবিষ্যৎ বিসয় গেয়ে গৰি চাব লাগে। স্য যশস্য। পাবলৈ কোনে আশা ন কৰে ? হ উটে ৰ’দ আৰু পিয়াহ বড়কৈ সহ্য কৰিব পাৰে। অভক্ষ্য ভক্ষণ কৰিব নে পায়। 1