পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নমী। পাঠ প্রথম ভাগত অসংযােগ আখৰ চিনিবৰ উপায় মাথােন দেখুৱা হইছে। সংযুক্ত বর্ণজ্ঞানৰ নিমিত্তে এই দ্বিতীয় ভাগ ৰচনা কৰি নগাঁও টেষ্টবুক কমিটীলৈ পঠিয়াই। দিও। কমিটীযে, লবিলাকৰ পাঠোপযােগী হইছে বুলি অভিমতি প্ৰকাশ কৰাত ইযাক মুদ্রিত কৰা হল। এতিয়া ইয়াৰ পৰা লৰাবিলাকৰ উপকাৰ হলেই পৰিশ্ৰম সফল জ্ঞান কৰিম। ইতি। গুৱাহাটী। } শ্রীজয়চন্দ্র চক্রবর্তী। ২২শে মে, ১৮৮৫। OPINION OF THE NOWGONG TEXTBOOK COMMITTEE Larapath by Joy Chandra Chakravarti. The work on the wholo appears to be useful to beginners It is in imitation of Madan Mohan Talla lavkar's intaut teacher in Bengali. 1 36.5 Sd ) NANDESHWAR POUKAN BOLY N. BARA GUNABHIRAM BARUAH. • • • • বর্ণমেণ্ট সিকিউৰিটী লাইফ ইনসিওৰেন্স । **ন*f 'টে। 1ণ ব ন সম্বন্ধীয় যাবতীয় বিবৰণ ও নিয়মাবলী নিয় স্বাক্ষৰকাৰীৰ নিকট প্রাপ্তব্য। নিশিকুমাৰ ঘােষ। এজেন্টগৌহাটী।