পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বল থকা হেতুকে ঘােড়াৰ পৰা মানুহৰ অনেক উপকাৰ হয়। মানুহে তাৰ ওপৰত উঠি সুগমে অহা যােৱা কৰে। খােজকাঢ়ি যি ঠাইলৈ এদিনে যাব নােৱাৰি, ঘোড়াৰে গলে এবেলাতে সেই ঠাই পাই গই। মানুহে কেতবােৰ ঘােড়াৰে গাড়ী টনায়, কেতবােৰক ৰণলৈ নিবলৈ শিকায়। ঠাইএ ঠাই ঘােড়াৰে হাললা বায় । পৃথিবীৰ প্ৰায় সকলাে ঠাইত ঘোড়া পোৱা যায়। আৰব দেশত সকলােতকৈ ভাল ঘোড়া অাছে বুলি কয়। সেই দেশর মানুহ বিলাকে কেতিয়াও ঘােড়াক নেমাৰে বা আন কোনো প্রকাৰ দুঃখ নিদিয়ে। ঘোড়া বােৰে কুকুৰৰ নিচিনা গৰাকীৰ পিছে পিছে ফুৰে আৰু নিলগ ঠাইৰ পৰা তেওৰ মাত শুনিবলৈ পালে ওচৰলৈ আহে। পিতৃত্বৰ প্রতি ভক্তি। হে প্রিয় লরা বিলাক! এই পৃথিবীতে তােম- লোকৰ নি সকল মিত্র আছে, সকলোতকৈ পিতৃ- মাতৃ মায়াল । তেওঁবিলাকতকৈ অধিক মৰমী- য়াল কোন্ আছে ? তোমালোকৰ পিৰাই