পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঐ জ্ব প্র স্ত্র। জ্ব জ্ঞানীৰ চিত্ত সদাই উজ্জ্বল। ত্ব আশ্রিত মানুহৰ তত্ত্ব লবা । ব্ধ মানুহে নিজ নিজ কাম অনুসৰি উৰ্ধ বা অধলৈ যায় । ✉ শকুনি আৰু কর্ণ কুৰু কুলৰ কুমন্ত্রী আছিল। ত্ব দুখীয়াক সান্ত্বনা কৰিবা। দ্ব দ্বন্দ্ব, কৰা ভাল ন হয়। স্ত্র মূখক কোনে সন্ত্ৰম কৰে ? ঔ ধৃতৰাষ্ট্ৰ ৰজা ওপজাৰে পৰা অন্ধ আছিল।

  • দুকিয়াত মন নি দিবা।

স্ত্র দুষ্পবৃত্তিক সমূলি দূৰ কৰিব।। স্ত্র শাস্ত্র পঢ়িলে নানা কথা জনা যায। দহ দিক্ । পূর্ব। পশ্চিম। উত্তৰ। দক্ষিণ। ঈশান। অগ্নি। নৈঋত। বায়ু । উৰ্ধ। অধ। সাত বাৰ। সেমি। মঙ্গল। বুধ। বৃহস্পতি। শুক্র। শনি।