পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

--- স্প স্পষ্টকৈ কথা করা। স্প পলাশ পুষ্পৰ গোন্ধ নাই। স্ক যৌৱন প্রস্ফুটিত ফুলৰ নিচিনা। ফ মূখ মানুহৰ জনম নিষ্ফল। দ্ব। দুঃখত যি উদ্বিগ্ন ন হয় সেই এই মহৎ। সকলোৰে সইতে সদ্ভাব ৰাখিবা। স্ক রূ প দ গ্ধ দ্ধ ঙ্গা ক্ত প্ত। ল্ক মাছৰ বাকলি ক শল্ক কোৱা যায়। ফান মাহত জাৰ লাহে লাহে কমি আহে । ল্প নিতো অল্প অল্পকৈ পঢ়িলেও বহুত পঢ়া হয়। দ কাকো কোনাে বস্তু দিম বুলি বাদান কৰি পিছত নিৰাশ ন কৰিবা। ॥ খলুৱা মানুহৰ কথাত মুগ্ধ ন হবা। দ্ধ সদাই শুদ্ধ মনেৰে থাকিব।। ড। গঁড়ৰ নাকৰ ওপর পিনে এটা খড়গ ওলায় । ক্ত ভক্তি ন হলে মুক্তি ন হয় । ও সোৱাদ বস্তু খালে জিহ্বাৰ তৃপ্তি হয়।