সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ] স্ক ক খ গ ঘ শ্চ স্থ স্ট ষ্ঠ ফ ও স্থ ক ব্ধ স্প প স্ক মান্য জনক নমস্কাৰ কৰিবা । স্ক অপৰিষ্কৃত ঘৰত থকা অযুগুত। স্থ কেতিয়া বা হাতীৰৰ পদ স্থলন হয়। গ সদ্‌গুণে মানুহক শেভ কৰে। ঘ আনৰ দোষ উদঘাটন কৰা ভাল ন হয় । শ্য নিশ্চয় নে জানি কোনাে কথা ন কবা। ছু মানী মানুহে অপমানক শিৰচ্ছেদনৰ নিচিনা ভাবে। জ পদ্ম ফুলৰ এটা নাম অজ। জ্ঞ কাকো অৱজ্ঞা ন কৰিবা । ষ্ট দুষ্ট মানুহক কোনেও ভাল নে পায়। ষ্ঠ কাৰ প্রতি নিষ্ঠুৰ ন হবা। ষ্ণ কৃষ্ণ পক্ষৰ জোন লাহে লাহে কমি যায় । স্ত নাস্তিকক ভয় কৰিব। স্থ আপোন অৱস্থালৈ চাই দান কৰা উচিত। ব্দ একশ বছৰ পূৰ হলে এক শতাব্দী হয়। ব্ধ আৰব্ধ কাম শেস ন কৰাকৈ নেড়ি।