পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[w] ঞ্জ বুৰঞ্জী পঢ়িলে আগৰ কালৰ কথা বিলাক জানিব পাৰি। স্ট শত্ৰুৰ নিচিনা কণ্টক নাই। 2 কণ্ঠৰ পৰা ধ্বনি ওলায়। ও পণ্ডিত বিলাকে সকলাে ঠাইত মান পায়। ম সদাই বিষন্ন মনেৰে থকা ভাল ন হয়। ন্ত ঈশ্বৰে অনন্ত সুখ দিয়ে। স্থ কুপন্থলৈ খােজ না কাঢ়িবা । - আনক নিন্দা কৰা অযুগুত। হৃ গান্ধি পােকে ধান হানি কৰে। ম আপােন দেশৰ উন্নতি দেখি কোনােৱে সন্তোষ নেপায় ? স্প লােকৰ সম্পত্তিলৈ লােভ নকৰিবা । স্ক কোনেও লম্ফ দি (ডেও মাৰি) গছৰ আগত উঠিব নােৱাৰে। স্ব সম্বল নাে লােৱাকৈ প্রবাসলৈ নে যাবা। ও কলক ৰম্ভা বােলা যায়। স্ম সম্মতি নাে লােৱাকৈ কাৰৰ এডালি তৃণে। মুছুবা।