পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমিশ্র হৰণ । ২৯ ৫ম প্রশ্ন । ৯৭৮৫৩ক ১৬৮ৰে ভাগ কৰ । ৪ক ৬ৰে গুণ কৰিলে ২৪ হয় ; ২৪ক পৰে গুণ কৰিলে ১৬৮ হয় । ৪| ৯৭৮৫৩ ইয়াত প্ৰকৃত ভাগশেষ উলি ১৬৮ { ৬২৪৪৬৩–ওক | ১ভাগশেষ য়াবলৈ তৃতীয় ভাগশেষ । ৭ ৪০৭৭ ১), ” দ্বিতীয় ভাজক ৬ৰে পূৰ। ভাগফল ৫৮২ কৰি তাৰে সৈতে দ্বিতীয় ভাগ ১৯ শেষ ১ যোগ কৰাত ১৯ হল । প্ৰকৃত ভাগশেষ ৭৭ পাছে সেই ১৯ক প্রথম ভাজক এৰে গুণ কৰি তাৰে সৈতে প্ৰথম ভাগশেষ ১ যোগ কৰাত ৭৭ হল। । ১২। ভাজকৰ অন্তে যদি ১, ২ নাইবা তাতকৈ অধিক শূন্য থাকে, তেন্তে সেই শূন্যৰ সমান সংখ্যাৰ অঙ্ক ভাজ্যৰ সোফালৰ পৰ। কাটি ৰাখি হৰণ কৰা উচিত। ভাগশেষ যি থাকে তাৰ সোফালে কাটি ৰখা ভাজ্যৰ অঙ্ক বহুৱালেই প্রকৃত ভাগশেষ ওলাব৷ যেনে - ২৯০০ ) ৩৫৯৭৮ (১২ ভাগফল । ২ ৯ ৬১ ৫৮ ১১৭৮ ভাগশেষ বা বাকি । ৫— উদাহৰণমালা । ভাগ কৰ । ১। ৫৩৪ ক ২ অাৰু 3ৰে ২। ৮১৬ক ২, ৩, আৰু ৪ৰে ৩ । ৮২৪ক ৪ আৰু ৰে ৪ । ৩৯২০ক ৫ অাৰু ৰে। ৫ । ৫৪৭২ক ৬ আৰু ৮ৰে ৬ । ৪৯৮৪ক ৭, ৮অাৰু ১৪ৰে