সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

১৮৬ অসমীয়া ভাষা আৰু, সংস্কৃতি সজ্বলিত চিত্র কটা নিয়ম অসমৰ জন-জাতিৰ মাজতো প্রচলিত); কাদ বংগ অথবা চামবাব ঢাল (নিচোলকৰক্ষিত, চাং চ চিবকাঞ্চনপত্রভংগভংগ বাণাম, অতিবন্ধ,বপবিবেশানাং কার্দ বঙ্গচর্মাণাং সম্ভাবান ); ভোজপত্ৰৰ দৰে সংকোমল জই ফল বৰণীয় পাট কাপোর (ভূজ ত্বকোমলাঃ স্পর্শৱতীঃ জাতীপট্টিকাঃ); চিত্রিত আৰু, পশবে নোম, চৰাইৰ পাখাঁ ভবোৱা গাব, প্রিয়ংগ, মঞ্জৰীৰ বেতৰ আসন (প্রিয়ংগ, প্রসবপিঙ্গলত্বংচি চ আসনানি বেময়ানি), অগব বাকলিত লিখা সাভাষিত বচনব সংগ্রহ পাথি (প্রাচীন অসমত সভাষিত শ্লোকব সংগ্রহ মন কবিবলগীয়া); হবিং বর্ণৰ বসাল কেচা তামোল (পরিণত পার্টলপটোলত্বিংষি চ তৰণহাবীতহৰিংতি ক্ষীরক্ষাবাণি চ পগোনাং পব- লম্বীনি সবসানি ফলানি); মুখ কাপোতিকাৰ পাতেবে বন্ধা সহকাব (সাগি আম) বসেৰে পৰিপূৰ্ণ বাঁহৰ চুঙা, কৃষ্ণাগৰ, (কৃষ্ণাগব, তৈলস্য শ্বীয়সীঃ বৈণবী নাড়ীঃ); গোশীর্ষ' চন্দন, ববফৰ দৰে শীতল কৰ্প'ৰে কস্তুৰী (কৰ্ম্ম,বিকা কোশক) থকা করোল ফল আব, পত্র, লৱঙ্গ পুষ্প, জাইফল (জাতী- ফলস্তবকানাং বাশীন)। ড মোতীচন্দ্রব মতে :- "Assam was the home of aromatic woods as pointed by the Arthasastra, and this fact, is fully supported by the Mahabharata." তার আ প্রসঙ্গত তেওঁ কৈছে— (of mask, the most valued coming Assam and Nepal and the দিন লিখিত নামঘৰ, ভকত, কেৱলীয়া, আদি অনুষ্ঠান আব, অঙ্কীয়া নাট, বৰগীত, সমানা নাচ আদি সাহিত্য আব্, সকুমাৰ কলা সৰ্ব্বভাৰতীয় সংস্কৃতিত অসমীয়াৰ উল্লেখনীয় দান। বাস্তৱ সভ্যতাত অসমদেশে বিরাট নগৰ স্থাপন কৰি অথবা স-উচ্চ প্রাসাদ, মন্দিৰ নিৰ্ম্মাণ কৰি যশস্যা আৰ্জিৰ পৰা নাই স'চা, কিন্তু গ্রাম্য সংস্কৃতিত ভাৰতৰ ভিতৰত অসমৰ গাওঁ নিৰ্ম্মাণ আব, গাওঁ সংগঠন প্রণালী,