পৃষ্ঠা:অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ মৌলিক বিচাৰ পাচলৈ শ-আধুনিক আকৃতিৰে ভাস্কৰ বৰ্মাৰ ফলিতে দেখা যান্থ। দেৱনাগৰীৰ দৰে হল। ১৩শ শতাব্দীত দৰে তালু চেপেটা ‘গৰ আছিল। । বৈষ্ণর যুগৰ কোনো কোনো পৃথিত তেনেকুৱা আক কোনো কোনো পুথিত ‘স্বাঝ. দৰে আছিল। ইয়াৰ ব্যৱহাৰ। পাচলৈ খুব কমিছল। ব-দেবনাগরী। বৈষ্ণৱ যুগত পেট কটা ‘ঘ’ৰ দৰে আছিল । কিন্ধ ‘কানাই বৰশী বোৱা শিলত আধুনিক আকৃতিৰে আছিল। সৰুকুটিলা—১০ম শতাবীৰে পৰা আজিলৈকে প্ৰায় একেদৰে আছে । অসমীয়া ‘অগ্নিপুৰাণ' নামৰ পুথিখনত সং—ম’ৰ দৰে ( গুপ্ত আখৰৰ দৰে ) দেখা গৈছিল ই-টিলপাচলৈ দেখিবলৈ তললৈকে হাত দৰে ওলমি পৰা ফি’ৰ হৈছিল। বৈষ্ণৱ যুগৰ শেষলৈ অাধুনিক আকৃতি ধৰিলে । আখৰৰ গঢ়ৰ পৰা কোনো লেথাৰ তাৰিখ নি জি কৰা বৰ টান । অনেক সময়ত অমত পৰাৰ সৰহ। আগৰ কালত । সম্ভাৱনা কাৰণ একেখন লেখাতে কেইবা ৰকমে লেখা । একেটা অথৰকে দেখা যায়। (যেনে, ধৰ্মপালৰ কলিত ‘স্ব’ আৰু ‘স্ব' ) । তচ্ছপৰি একে দেশত একে সময় ত চজন লেথাকৰ এজনে অতি প্রাচীন অ'ক আন এজনে নতুন আখৰ ব্যৱহাৰ কৰে । । এই গ্রন্থ কাৰ হাতত থকা অগ্নিপুৰাণ এখনৰ কোনোটোহঁত আখৰ অতি প্রাচীন ।