পৃষ্ঠা:অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি.pdf/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮৪ অসমীয়া ভাষাৰ মৌলিক বিচাৰ অৰ বোৱাল। বহু আল। কাশিম। ভাটণী জিঙ্গনী । সম্ভবত: এবিধ জেং থকা গছ et অং -জেং পাৰলি। পাৰলি স্বও পাক। সোণাক। । মধুৰ।ণুখ। তেতিয়াৰ দিনৰ ব্যক্তিবাচক নাম । যেনে- প্রস্থান কলস, অনিৰুদ্ধ। ( দুজন ফলি লেখোত। পণ্ডিতৰ নাম), শুনি, ঢলি (সম্ভৱত: শিলাকুটীৰ নাম ); বিনীত ( আখৰ কাটোতা ) । অন্যান্য শব্দ–নোঙ্কডেন্ৰি পাল, গোবাভোগ, ক্ষেত্রলি ( পথকরা আলি ); ‘বক্র =‘’কিয়া( পথৰুৱা সক আলি); গগালি ( বাগৰি আলি ? ); জৌগল দি গুমা ( নৈৰ নাম) ; ‘জোল = জলাহ’ জোলী (); থৈদাডোন্ডি ( জুৰি ) চ চাকোজান (সক নৈৰ নাম ) ; বৃহ দ্রবা ( বৰডোবা ? ) : দিজিন্না, কাজ, পণ্ডবী ( এইবোৰ ঠাইৰ নাম । অবৰ পৰ্কত (আবৰ পৰ্ব্বত ) ; ত্রিস্রোতা (তিস্তা মৈ ); ‘পুষ্কৰিণী’ শবক প্রায় স্থলতে পুস্কিৰিণীলেখিছে । অর্থাৎ, আধুনিক ‘পুখুৰী শৰ এসময়ত ‘পৃথিৱীআছিল । ই, উ, সলনা-সলনি হোৱাৰ দৃষ্টান্ত। বহুত আছে ৷ 'মাকৃথিযান বিলু’ ( এখন বিলৰ নাম )। অসমীয়া আখৰ । আদিম ভাৰতীয় আখৰবোৰক ( ঘ। ক ব্ৰাহ্মী লিপি বোলে ) কাল অনুঘ। রী ৪টা অৱস্থাত পোৱ যায় । :-মৌর্যলিপি-( খৃঃ পূৰ্ব ৩য়