সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ মৌলিক বিচাৰ পেলাই বঙ্গদেশ আক সুরমা উপত্যকাৰ পৰা অসমীয়া ভাষাক থেদিলে। এতিয়া৷ গৈ থৈ অসমীয়া ভাষা ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেৱল ১৭ থমান। মানুহক আশ্ৰয় কৰি আছে । গোৰতে একে আর্য্য ভাষাৰ পৰা ওলোৱা বাবে আধুনিক ভাৰতীয় ভাষ। বিলাকৰ মাজত বৰ মিল আছে। । কেৱল ব্যাকৰণ আৰু উচ্চাৰণেহে সিহ¥তক পৃথক কৰিছে। শব্দবিলাকৰ ভিতৰতো আধুনিক উত্তৰ কিছু লৰ আছে। আধুনকি ভাব। বিলাকৰ বিভক্তি, ভাৰতীয় ভাষা। উৎপত্তি। প্রত্যয়ৰ ব্যৱহাৰ। আক শব্দ বিলাক বৰ্ত্তমান গঢ় যেতি যাৰ পৰ। আৰম্ভ হৈছে। তেতিয়াৰ পৰা হে আধুনিক ভাষা বিলা কব আৰম্ভ বুজিব লাগিব । ভাষাবিৰ সকলে প্ৰায় । ১১৩০ খ্ৰীষ্টা ফৰ পৰাই আধুনিক ভাষ। বিলাকে বৰ্ত্তমান গঢ় লৈছে বুলি স্থিৰ কৰিছে। । কিন্তু সিহঁতৰ কিছুমান বিভক্তি প্ৰত্যয় আ ক শব্দ যে সেই তাৰিখৰ কেইব। হেজাৰ বছৰ আগৰে পৰ। চলি আহিছে সেই বিষয়ে কোনো সন্দেহ নাই। কেইবা হেজাৰ বছৰৰ মাজেদি যোগ বিয়োগ আক নানা পৰিবৰ্ত্তন হৈ ক্ৰমে ক্ৰমে আধুনিক অৱস্থাত আহি ভাষা। বিলাক পৰিছে। । যি বিলাক মাত-কথাৰ প্ৰচলন ঠেক, অলপ ঠাই নাত্ৰ জুৰি থাকে, য’ত সাহিত্য ৰচনা হোৱা নাই, সেই বিলাক মাত । কথাকে উপভাষা বা অপভ্রংশ বোলে। অপভ্রংশ- অপ্ৰভংশ আক বিলাকত প্ৰত্যয় বিভক্তি আদি। বৈয়া কৰণিক ভাষা গঢ় কম । ; আক সেইবিলাকৰ ব্যৱহাৰৰো বৰ স্থিৰতা (ক) নাই । সাহিত্যই এট। অপভ্রংশৰ আশ্ৰয় লৈ অইন অপভ্ৰংশৰ পৰাও ( ক ) গ্রয়েছ ন চাহাবে অপভ্রংশ বা উপ ভাষাক ( dialect ) পাহাড় বা টিলা আক ভাষাক পৰ্ব্বতৰ লগত ৰিজাইছে । এটা ডাঙৰ আনটে। সক। দুয়োটাৰ । মাজত এট। বিভিন্ন ৰেখ ঠিক কৈ অ’াকিব নোৱাৰি। ঠিক কোন ঠাইত পাহাড ডাঙৰ হৈ পৰ্বত হৈছে কোৱা বৰ টান।