পৃষ্ঠা:অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

/3 তা সমীয়া ভাষাৰ মৌলিক বিচাৰ।। জোৰণি । অসমীয়া ভাষাৰ মূল অম্বেষণ কৰাই এই কিতাপৰ উদ্দেগ্য । ব্রহ্ম পুত্ৰ উপত্যকাত গাৱে ভূয়ে ঘিটে। ভাষা সটলনিকৈ চলে সেইটোৱেই, অসমীয়া ভাষা। এই ভাষা এতিয়া সদিয়াৰ পৰা অসমীয়া ভাষা ধুবুৰীলৈকে চলে। পুৰণি কালত ইয়াৰ প্ৰচলন, আক তাৰ বিস্থাত সদে পুৰণি কামৰূপ ৰাজ্যত আছিল। পচিম সীমাত । এই ভাষাই বিহাৰী ভাষাক ছুইছিল আৰু দক্ষিণ-পচিমে উড়ীয়া ! ভাষাক ঢুকি পাইছিলে। । পূর্ব প্রাক উত্তৰ বঙ্গৰ ভাষ৷ এতিয়াও বঙালীতকৈ অসমীয়াৰ লগত হে বেছিকৈ মিলে । পাচম বঙ্গতো যে পুৰণি কালত অসমীয়া বিভক্তি, প্রত্যয়, শব্দ আদিৰ প্ৰচলন আছিল। সেইটো কিতাপৰ গৰ্ভত । দেখু ওৰ। হৈছে।—কিন্তু বঙ্গদেশৰ কিছুমান প্রাদেশিকতা মাগধী প্রাকৃত ভাষাৰ গঢ় আক উচ্চাৰণেৰে লগ লাগি প্রায় ১৪ শতিকাৰ পৰা মধবঙ্গত এট। অপভ্রংশ ক্রমে ভাষাৰ শাৰীলৈ উঠিগ। । ১৬ শতিকাত সেই অপভ্রংশই সংস্কৃতৰ পৰা শব্দাদি ধাৰ। কৰি হৃষ্টপুষ্ট হৈ ক্ৰমে অসমীয়া বিভক্তি প্ৰত্যয় আৰু উচ্চাৰণ তল