কাকত পত্ৰৰ 19 ৭৯
পাতকে পাব ইতি সক ১৬৭৭ তাং ২২ মাঘ বংসৰি জমিৰ ৰুপ ২৬০ বাত্রিদিনে থকা বস্তি ৪ গছত লাগে তেল মাহেকত ৩০ সেৰ বছৰত ৩৬০ সেৰ ১ গছ ৪ পৰলৈ থকা মাহেকত লাগে তেল Ou বছৰত লাগে 8৫ সেৰ এক গছ দুপবলৈ থকা মাহেকত লাগে তেল ৩৬ সেৰ--এই তেল কিনাত কপ ২১॥/০ ৬ খন নৈবেছ্চৰ বস্তু কপ ৮৬০ থাকিল ৪ কপ মৰগত লগাব es
| (গ) আদালতৰ ay
সেই যুগত আদালতৰ সকলো দলিল দস্তাবাজ, নথি পত্র, ৰায় সিন্ধান্ত অসমীয়া ভাষাতে লিখা হৈছিল । শলগুবীয়া গোর্সাই ঘৰত পোৱা তামৰ ফলিত ডাঙৰীয়া পূৰ্ণানন্দ বুঢ়া গোহাইৰ দেৱানী মকৰ্দমাৰ ৰায় আছে । ফলিৰ কাল ১৭৯৯ চন ৷ ্
শলগুবীয়া CHATS ঘৰত পোৱ ডাঁডবীয়া পূৰ্ণানন্দ বুঢ়া গোহীইৰ দেৱাণী মোকৰ্দ্দমাৰ বায় । ৰা
Aer বিষ্ণু চৰণাম্বুজ লঙ্ধভূঙ্গ মৃদাম গোত্ৰ কুম্বদাৰলি পূৰ্ণচন্দ্ৰ | arte কমলেশ্বৰ সিংহ ভূপোবিত্রানন se বিনন্দিত কল্প ৰৃক্ষঃ | নৃপ নিকৰ কিৰীটোদ্দীপ্ত সদ্ৰত্ লতা মদ্যুতি বিসব বিৰজদ্ৰক্ত amiss | হবহিম কৰ কীণ্ডিঃ কাম সেন্দধ্য মূণ্ডিঃ স্বলয়চল মনীবী দণ্ডি yore তোষী |
১। Sie শঙ্কৰ aay বটদ্রবাভিঃ ধানতঃ। স্থানতঃ FIRE TS ভূম্যানা৷ মণি কেতনে ১ Aye সলগুবীয়া খ নৰে৷ আ নাম ধেয় য়ৌঃ মহতো ভক্ত বর্গেচ বিবিচ্যা ভ্যাস লৌকতঃ ১ প্রাচীন উপ Wats সপ্রমাণং gat পবাজয়ে নবোয়া *্চ মহতো ভূমি বল্লভ ১ She শলগুবীয়া খ Fated লুতী । লুহন স্বদ্ধ Pate wis পত্র মদাদিদং ১ । এতদ্বিববণং গ্ৰীশঙ্কৰ দেৱৰ বটদ্ৰৱা
- বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অনুগ্রহত |
গঅসম সাহিত্য সভা পত্রিকা, ১ম বছৰ, ২য় সংখ্যা |