|
কাকত পত্ৰৰ গণ্য ৭১
ort সন্দেশ নড়া কাপোৰ ২ থান গজদন্ত ৪ গীঠিয়ন ২ "মৌনা
পলুচিবে ৷ ইতি শক ১৪৭৮ |”
সংস্কৃত শ্লোকবে চিঠি আৰম্ভ হোৱাত ছুয়োখনি চিঠিতে কিছু সংস্কৃতীয়া প্রভার আছে। পৰবাঞ্তলৈ পঠিয়াব লগা হোৱাত দুয়ো চিঠিতে বাক্যৰীতি সংযত আৰু বর্ণনা গাস্তীধ্য পূর্ণ কব! হৈছে৷
ভাৰত চৰকাৰৰ মহাফেজখানাত সংৰক্ষিত প্রাচ্য ভাষাত লেখা পুৰণি চিঠি-পত্ৰৰ সংকলন এটি ডক্তৰ স্থবেন্দ্রনীথ সেনৰ সম্পাদনত কলিকতা বিশ্ববিষ্ভালয়ব দ্বাৰ৷ প্রকাশিত ( ১৯৪২) হৈছে। আহোম বজা আৰু ডাডাঙৰীয়াই লিখা কেইবাখনে৷ চিঠি-পত্ৰ Ge “প্রাচীন বাঙ্গাল পত্ৰসঙ্কলন” নামৰ পুথিত উদ্ধত aa হৈছে।% নিভাজ অসমীয়া ভাষ৷ প্রয়োগ হোৱা চিঠি-পত্রৰ চানেকী স্বৰপে কেইখনিমান তলত তুলি দিয়! হল £--
Haya AGS WE ৬ আজ্ঞ 1—
৭৬ গুঞনপোৰানিবড়া ও নজপখণ শারধানে জানিবি তইতৰ লগত জি সন্দেসপত্র দিচিলো সি নৌকা বুৰি হবালে এতেকে সেই লেখাৰ দৰে সন্দেশ পত্রাদি নকৈ লেখা পত্র কড়ি বড় সাহেবানে ডাক্তৰ হাতত দি পঠাইলো তহঁতক জি দৰে সিকাই বুঝাই দিচো সেইদৰে সাহেবত কৈ কাড়ি জোন কূপে কাণ্ডান চাহেব ইঠাই থাকিব তাঁকে আচবিবি ইতি তাড়ি--৭ আসাৰ |
x সম্পাদকে কেৱল চিঠিৰ ভাষাকে বঙ্গালী বুলি কৌরা নাই,
সেই সময়ত অসমৰ ৰবাজচ’ৰাত বঙ্গালীয়েই ৰাষ্ট্ৰভাষা স্বৰূপে চলিছিল বুলিও মন্তব্য কৰিছে। (প্রাচীন বাঙ্গালা পত্র সঙ্কলন, পৃঃ৮৪)।