Seq stan
কাকত-পত্ৰৰ AD
কে) চিঠি পত্ৰৰ গন্য
ৰাজকীয় কাগজ পত্ৰত ব্যরহ্গত হোৱাৰ পৰাই অসমীয়া কথা সাহিত্যই বহল ভাৱে প্রসাবতা লভে আৰু এটি সুনির্দিষ্ট গঢ় লয়; লগতে কথ্য ভাষাও ভাৱ প্রকাশৰ উপযুক্ত বাহন বুলি গৃহীত হয়। ৰজাঘৰীয়া সহানুভূতি আৰু পৃষ্ঠপোষকতাই ইয়াৰ ঘাই কাৰণ! আহোম যুগৰ পূৰ্বৰে অসমৰ বজাসকলে ৰজাঘৰীয়া বিষয়ত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। পুৰণি তামৰ ফলি সমূহেই এই কথা প্রমাণ কৰে । আহোমসকলব দিনতেই অসমীয়া tos ৰাজকাৰ্ধ্যত ব্যৱহাৰ কৰ| হয়। কছাৰী, কোছ, দৰং, জয়ন্তীয়া আদি বাজ-দৰবাৰতো অসমীয়া ভাষাই প্রাধান্য লভিছিল। পুৰণি অসমীয়া 19 এই ৰাজদৰবাৰৰ সহায়তেই পৰিপুষ্ট হৈছিল |
আহোমৰ দিনত অসমৰ বিভিন্ন ঠাইত নগৰ আৰু কোঠ স্থাপন হৈছিল। নগৰ সমূহৰ আলমতে গোটেই প্রদেশত নাগৰিক সম্প্ৰদায় গঢ়ি উঠিছিল। অসমীয়া কথা সাহিত্যৰ প্রসাৰত এওঁলোকেই যথেষ্ট সহায় কৰিছিল বুলি অনুমান কৰিবৰ কাৰণ আছে | watts আলি পদূলি বান্ধি আহ-যাহৰ সুবিধা কৰি দিয়াত, ঘোৰাৰ ডাকেবে চিঠি পত্র অনা-নিয়াৰ ব্যৱস্থা হোৱাত, অসমীয়া to সাহিত্যই বিস্তৃতি
তর সর রক ভন ৮ ৮ ৮ রসারার
৷
|