কথা| গুৰু চৰিতৰ গন্ধ ১১৬ রঃ
আদি সাধাবণব শ্রদ্ধা সহানুভূতি উদ্রেক কৰিব পবা “মানুহৰ
বাধ্যানেবে চৰিত পুথি সজীৱ হৈ আছে।
বিশেষতঃ ভক্তবচকব হৃদয়ৰ সৰলতা আক আন্তৰিকতাই অকৃত্ৰিম প্রকাশ ভঙ্গীৰ সহায়ত চৰিত পুথিব বৰ্ণনাত এটি মনোৰম ঘৰুৱা পৰিবেশৰ সুঞ্তি কৰিছে | কেৱল কথ্যভাষাৰ প্রয়োগেই এই ঘকরা! ভাৱ সৃষ্টিৰ মূল নহয়। ঘকৱা জীৱনৰ কাধ্যাৱলীত যেনে লাগ বান্ধ মাই, ঘৰুৱা মেলৰ যেনে আগ গুৰি নাই, সেইদৰে চৰিত পুথিৰ লেখকেও কোনো ধৰা বন্ধা প্রণালীবে মহাপুৰুষৰ জীৱনী সংকলন _ কৰিবলৈ চেষ্টা কৰা নাই। এই হেতুকেই চৰিত পুথিত অলৌকিক আক অতি সামান্য আখ্যানসমূহক সমান মানমধ্যদা দান কৰা হৈছে | মহাপুৰুষৰ জীৱনীৰ লগত জড়িত থকা অতিগ্রীকৃত ঘটনাৱলীয়ে ,_ এফালে যেনেকৈ ভক্তৰ হৃদয় ‘আশ্চধধ্য--অদ্ভূত' ভাবেৰে শদ্ধান্বিত ‘কৰিছে, আনপিনে দৈনন্দিন জীৱনৰ ক্ষুদ্ৰ আখ্যানসমূহে তেওঁলোকৰ
মানুহ হৃদয়ৰ পৰিচয় দি ভক্তৰ লগত আত্মীয়তা স্থাপনত সহায়ক [হে