সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কথা গুৰু চৰিতৰ stg ৬১

অধ্যাপক শ্ৰীযুত উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ সম্পাদনত “কথা গুৰু চৰিত’ বর্ধমান. প্রকাশিত হৈছে। এই আধ্যাত সেই পুথিৰ গগ্ভ-বীতিৰ বিষয়ে চমু আলেচন। Fat হৈছে ।

মহাপুৰুষ দুজনাৰ পবিত্র চৰিত্ৰ কীৰ্ত্তন কৰি সাধাৰণ লোকৰ তেখেত সকলব প্রতি অন্ধ৷ ভক্তি আকৰ্ষণ কৰেৱায়ে চৰিত পুথিব প্রধান উদ্দেশ্য । সেই হেতুকে চৰিত পুথিৰ ভাষা ভট্টদেৱী অসমীয়া আক বজাঘবীয়া বুৰঞ্জী সাহিত্যৰ পৰা| ভালেখিনি পৃথক ৷ ভট্টদেৱৰ বচনাৰ মূল আছিল সংস্কৃত; বুৰঞ্জীৰ প্রধান সমল আহৰণ -কৰা হৈছিল বজা।থৰীয়৷ কাকত পত্ৰৰ AA । চৰিত পুথি এই দুই প্রভাৱৰ _ পৰা মুক্ত । চৰিত পুথিৰ বিষয়বস্তু মহাপুৰুষ দুজনাৰ জীৱন আৰু CHAS সকলৰ লগত ATH থকা সন্ত-মহন্তব বৃত্তান্ত গতিকে চৰিত পুথিত সম-সাময়িক অসমীয়া গাৱলীয়া জীৱনৰ প্রতিচ্ছবি, প্রচলিত "আচাৰ-অনুষ্ঠানৰ বিবৰণ, তীৰ্থ যাত্ৰাৰ কাহিনী আদি সন্নিহিত হৈছে। ai বিষয়ৰ লগত প্রকৃত অসমীয়া জীৱনৰ সম্বন্ধ হোৱাত, আৰু WA প্রজাৰ অনুপ্রেবণাৰ কাৰণে সংকলন কৰাৰ হেতু চৰিত পুথিত সবল আবেগময়ী কথ্য ভাষা ব্যৱহৃত হৈছে। সত্ৰীয়া পৰিবেশত গঢ়ি উঠাব হেতু চৰিত পুথিৰ 19S এটি ভকতীয়| ঠাচো পৰিলক্ষিত হৈছে ৷

কথিত ভাষাৰ ব্যৱহাৰ মূলতে তিনিটা বিষয়ত নিৰ্ভৰ কৰে--কথা বতৰাৰ বাক্য ভঙ্গিমাৰ প্রয়োগত, চলিত সৰ্ব্বনাম ক্রিয়া পদৰ সংযোগত আৰু ঘৰুৱা শব্দৰ প্রাচুধ্যাত। সাধাৰণতে কথা কোৱাৰ ৰাতিত নাটকীয় ঠাচ থাকে । কথা কোৱাৰ লগে লগে হৃাত-মূৰ 'জোকাবি মনব ভার gor ভাবে আনৰ অনুভূতিৰ গোচবীভূত কবিবলৈ চেষ্টা কৰা মানুহৰ অভ্যাস ৷ নাটকীয় গঢ়ৰ কথা-ৰাতিৰ মনোমোহ৷ নিদর্শন ‘কথা| গুৰু চবিত'ত আছে। যথ৷--“আৰু একদিনা আএ গুৰু জনক স্নান ভোজন কৰাই তৈল দি বোলে টামন, তোৰ আৰু পঢ়িবৰ মন নাই। ভন্টা খেৰি গৰু জাকতহে চিত্ত | “বাবে বৎসৰীয়া হলিকে । আমাৰ বংশত অপণ্ডিত নাই। তই মুর্খ