সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ASA আল্যা

কথা গুৰু চৰিতৰ গন্য

ৰজা ঘৰব পৃষ্ঠপোষকতাত যেনেকৈ বুৰঞ্জী সাহিত্যৰ সুঞ্জি হৈছিল, ঠিক সেই একে সময়তে বৈষ্ণৱ সত্ৰৰ আশ্ৰয়ত চৰিত সাহিত্যৰ VEE! শঙ্কৰদেৱ আৰু মাধবদেরব চৰিত পুথিৰ বাহিৰেও, নানা সম্ত-মহস্তৰ জীৱনী আক বংশবিলী গন্তা-পদ্ধ উভয়তে ৰচনা হৈছিল। অসমীয়া গাঁৱলীয়া জীৱনত অনুপ্ৰেৰণা যোগাবৰ হেতু নাম-প্ৰসঙ্গৰ অন্তত মহাপুৰুষ দ্বয়ৰ চৰিত তোলাৰ ৰীতি আজিলৈকে চলি আছে | * “কথা গুৰু চবিত'ৰ মতে সর্বপ্রথমে মাধৱদেৱে গুৰু বাক্য শিৰে ধৰি গুৰুজনাৰ সদা! সর্বদা চৰিত কীর্তন কবিছিল। ভক্ত সকলে শঙ্কৰ দেৱৰ তিৰোভাবৰ পিছতে তেওঁৰ জীৱনী সংকলন কৰিবলৈ চেষ্টা কৰে বুলি অনুমান BI | এই সংকলন কার্য বহু বছৰ ব্যাপি চলিছিল ৷ মহাঁপুকবদয়ব জীৱনীৰ সম্বন্ধে লোক পৰম্পৰা যি প্রবাদ আক . জনশ্রুতি প্ৰচলিত আছিল” সেই বোৰ চৰিত পুথিত সগ্নিবেশ কৰা হৈছে । চিবিত পুথিৰ উদ্ভৱ আৰু গঠন-প্রণালীৰ লগত বুদ্ধদেৱৰ চৰিতাৱলীৰ সাদৃশ্য আছে। গগ্ভ-পগ্ভ উভয়বিধ চৰিততে মহাপুৰুব দ্বয়ৰ জীৱনৰ বৃত্তান্ত অলৌকিক আঁক অতি প্রাকৃত আখ্যানেৰে অতিবপ্রিত কৰা tere সি fi কি নহওক, চৰিত পুথিয়েই অসমীয়াত জীৱনী সাহিত্য zea প্রথম প্ৰয়াস | ৰ

সৰহ ভাগ চৰিত পুথি পদত Wal কৰা হৈছে। AIS লেখাৰ ভিতৰত বৰদোৱা আৰু বৰপেট| সত্ৰৰ চৰিত পুথিৰ সম্তেদ পোৱা গৈছে | বৰদোৱ| সত্ৰৰ চৰিত পুথি “বাহী” কাকতত পূর্বেব ছোৱা ছোৱাকৈ প্রকাশ হৈছিল |