._'৫০ অসুমীয়া কথা সাহিত্য
কোন প্রয়োজন সাধে| হামাক আজ্ঞা কৰহ ॥ ( সভামধ্যে অঙ্গীকাৰ কয়ে বোলল ) আগু যে দান মাগহ তোমাকে সত্যে সাত) দেৱবো। কৌশিক খবি_-( ধাঁজাক বাণী শুনি হাদি হাঁসি কৌতুকে ) আঃ, মনোৰথ সাফল ভেল ৷ (ৰাজাক আশীৰ্বাদ কয় ) হে নুপতে তোহো পৃথিবীক sree! তোহাৰ ঠাই atte কবহু বিমুখ নাহি হয়। ইহা জানে| কিন্তু হামাৰ প্রার্থনা শুনহ । হামু Paley যজ্ঞ আৰম্ভল । তাহেক মাবীচ স্থবাহ্ু দোহো ৰাক্ষস বহুত বিঘিনি আচৰয়। সে জজ্ঞ ae নিমিত্তে তোহাৰ বামলক্ষণ দোহো কুমাৰক . হামাৰ সঙ্গে পঠাৱ তবে হামাৰ মনোৰথ সিদ্ধ হয় | ‘কথা-ৰামায়ণ’ৰ ভাষা সংস্কৃত প্রভাৱৰ পৰা সম্পূর্ণ মুক্ত নহয়। তৎসম শব্দৰ ব্যৱহাৰ আছে; মাজে মাজে সংস্কৃত বাক্যও সংযোগ কৰা, হৈছে। যেনে--হে প্রভো তৱ চৰণে কোটি কোটি প্রণামং wate: হে হবে, দীন দৰিদ্ৰং ভন্বার্ণবাৎ উদ্ধৰ উদ্দৰ ; ইত্যাদি । -সংস্কত TH বৰ্ণনাত সংস্কৃতৰ দৰে সমাসৰ বহুল ব্যৱহাৰ আছে। যেনে--কুটিলকুটজকুলতচুন্বিতমধুকৰ ; _ অভিনৱজলদসদৃশশ্যামতন্ ; ara aa wat ইত্যাদি । | ৷__ শব্দৰূপ আৰু ধাতুৰূপত ‘কথাগীতা’ৰ ভাষ৷তকৈ বিশেষ প্রভেদ নাই ৷ ইল আৰু--ইব-ৰ যোগে অতীত কুদন্তপদ গঢ়া হৈছে। যেনে-_ forza ain, হৈবাৰ দেখি ৷ নামধাতুব প্রচুব প্রয়োগ আছে, গোচৰিলা, আৰম্ভিল| ইত্যাদি. আলি’ প্রত্যয়ান্ত তদ্ধিত পদ যেনে, ধিতিঙ্গালি, কিঙ্কৰালিৰ--প্রয়োগে৷ মাজে মাজে আছে I
- ৰঘুনাথ মহন্তৰ “কথা ৰামায়ণ গুৱাহাটী বিশ্ববিগ্ভালয়ব =
তন্বাবধানত অধ্যাপক শ্ৰীযুত সত্যেন্দ্ৰনাথ শৰ্ম্মাই সম্পাদন কৰিছে।