৪৬ ৷ অসমীয়া কথা সাহিত্য
“are এ নমো বাম £ কথা £ Face আপুনাৰ নিজ মুক্তি মহেশক বন্দিলা" কেনেন আপুনি নিজ ব্ৰহ্ম হুয়া মূৰ্তিক নলৈলে ঃ এই কথা হৰিহৰ সন্বাদত আছে £ তাৰ পৰা রানি শ্রীমাধৰ দেৱে ঘোষা কৰিলন্ত £ মুক্তিত নিস্পুহা জিতো £ সেহি ভকতক নমো £ THAR মাগো ভকতি £ সমস্ত মস্তক মণি s নিজ ভকতৰ বৈশ্য £ ভজো| হেন দের জদুপতি £ কথা £ সির পুৰাণত কৈছে সিৱে পূর্ণক বন্দিলা ৪ কির
জাতো ছৈদ্ধ ব্ৰহ্মাণ্ডৰ লোকে ভজিলে সংসাৰ মুক্ত হুইবাৰ কালে £
এতেকে সততে , বন্দিছা £ তেৰে ৰামনাম নিবঞ্রন £ নিৰাকাৰ £ নৰোভম £ নাৰায়ণ 2 জগজীৱ £ জৰ্গত_ কাবণ £ জগধাম £ ইয়াকে জিৱৰ কাবণে শ্রীমাধর দেৱ ঘোবা কৰিলন্ত £ ঘোস| £ জাৰ; বাম কৃ নাম £ নামে ভৱ সিন্ধুতৰি পারে পৰম্পদ পাঁপি জত £ সদানন্দ সনাতন £ হেনয় কৃষ্ণক সদা £ উপাসা কৰোহো হৃদয়ত ৷৷ কথা WA FAS অক্রুবে তুতি কৰিলা £ কি তুতি কৰিলা ৷৷ £ এই কথা মাধৱদেৱে ঘোষা কৰিলন্ত ॥ "
এই একে সময়ৰে অন্য এখনি ‘পুথি হৈছে সাত্বত তন্ত্র । এই ' পুথি সংস্কৃত সাত্বত তন্ত্ৰ পুথিব অনুবাদ । <
“এই সাত্বত wa শাস্ত্ৰক নিমিষ৷ অৰণ্যত সৌনকাদি থ্চবিৰ মাজত কহিব £ নাৰদে বোলন্ত £ “হে মহেশ. তোমাৰ মুখত হস্তে পৰম সাত্বত তন্র কথা স্থনিলো ঃ তাত fran ea নিবেধ শুনিলো £
মোৰ সংসয় জন্মিল 2 জীতো ভেদে জজ্ঞ কৰ্ম্মত fee কৰণ বিধান
কৰিছে £ এতেকে feat নিষেধ কৰিলে £ বেদমত স্মৃতিমত £ কেমনে প্ররত্তির £ লোকৰ পৰলোক ফলদায়ক £ মহেশে বোলন্ত £ জানা নাৰদ £ঃ জি afta: feats নিবেধ মঞি কহিলো কিন্তু তাক অধিকাৰী ভেদে বুঝিবাঃ জাতে৷ প্রবৃত্তি aa নিৰ্বতভ্তি কৰ্ম্ম £ অবিৰোধে কৰিলে স্বৰ্গ পায়ে ঃ পুণ্যক্ষয় ভৈলে আৰোবাৰ জন্মধৰে £ জাক পাইলে পুনৰ্ববাৰ পতন নাই 1”
কুধণনন্দ দ্বিজৰ পূৰ্ণ ভাগৱত’ পদ পুথি যদিও, তাৰ মাজে