৪২ অসমীয়া কথা সাহিত্য ৰ _ লগত লৈ ফুৰাইছিল; বেথাকৈ ely থাকি চাংমাই পাতিলে | বর্ধমান অসমীয়! ভাষাত অপ্ৰচলিত ভালেমান শব্দ পুৰণি বুৰঞ্জীত ব্যরত.হৈছে। এই অপ্ৰচলিত শব্দ সমূহৰ কিছুমান তলত তুলি দিয়া হল | আঁওবড়, আইচটি, আবোরান, আগাৰিত, উমিৰ, কাইচুপকৈ, কুনুখা, খঙ্গনি, গোনাঁওতা, তুল, ঠাটেবে, পয়জাব, পিড়িব, পচবঙ্গি, বিলৈগুটি, বেলদাব, মলম! কবা, মিচাঙ্গ, লুকুবামাই, লুখুবাখুনকৈ, লেহেতিয়া, দড়িআল, azote | পুৰণি বুৰঞ্জীত কিছুমান আঁহোম ভাষাৰ শব্দও ব্যৱহাৰ কৰা হৈছে। কিন্তু এনে শব্দব সৰহ ভাগ আহোম সংস্কৃতিৰ লগত সম্বন্ধ থকা বস্তুৰ নাম বুজাওঁতেহে প্রয়োগ কৰা হৈছে । শেব দুই আধ্যাত ৰ থক! ৰজাঘৰীয়া পত্ৰ সমূহত আৰবী AS ফাৰচ্চী শব্দ প্ৰচুৰ পৰিমানে সোমাইছে। ইয়াৰ কাৰণ দুই ৰকমে দর্শাব পাৰি। প্রথম হেছে, এই চিঠিবোৰ মোগল সেনাপতি বা বিষয়ালৈ লিখা ; গতিকে তাৰ বিষয়-বস্তু তেওঁলোকক সহজে বুজাবব নিমিত্তে বিদেশী ভাবাৰ শব্দৰ বহুল প্ৰয়োগ অপবিহাধ্য হৈ পৰিছিল। দ্বিতীয়তে, এই চিঠিবোৰ ‘লিখাত বি সকল বিষয়াক নিযুক্ত কৰা হৈছিল তেওঁলোকৰ বিদেশী ভাষাতে বুংপণ্ডি আছিল; গতিকে বিদেশী ভাষাৰ শব্দৰ বহুল প্ৰয়োগেৰে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিবলৈ তেওঁলোকৰ আগ্রহ আছিল। এই দুয়ো কাৰণৰ নিমিত্তে চিঠি পত্ৰাদিৰ ভাষা৷ কেনেদৰে ৷ গঢ়ি উঠিছিল তাৰ চাঁনেকী তলৰ চিঠিখনিয়েই দিব ৷ চিঠিখনি বৰুৱা আৰু চেটিয়া গোহাঞে নবাব আঁহলয়াব খাঁলৈ ae )- পত্র এই-- “বস্তি সকল মঙ্গল| at FPS নিজতনু সৌন্দৰ্য্য পাৰাবাৰ সদৃশ বহন “বিশ্ব বিক্ষাতিত ae hors দিবৰ Bigs নবাব আহলয়াৰ খাঁ শুভাশিয়েষু | সাহলাদপূৰ্বক লেখনং উভয়তঃ eater আগে এথা কুশল সতত
পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৪৮
অৱয়ব