ৰজা
হু . পুৰণি অসম বুৰঞ্জীৰ 19 ৪১
এই কথা ais তিনি জন! গোহাঞি বুগুতি হুই ভড়বিৰ উজনিত তিনি খন দলং বান্ধিলে পাব হুবলৈ (Are) ' পাছে ডাঙ্গবিয়া সকলেৰে বুগুতি হুই ৰাজা বৌলে অনেক দেশলৈ দুরধ্যস গল গোহাঞি পৰিলত ৷) (পৃঃ৯১)।
পুৰণি বুৰঞ্জীয়ে শব্দৰূপ আৰু বিভক্তি সংযোগত আধুনিক নিয়মকে মানি চলিছে । পঞ্চমী বিভক্তিৰ চিন স্বৰূপে ‘হন্তে'ৰ প্রচলন আছে ৷ ঠায়ে ঠায়ে ‘পৰা’ অনুসৰ্গ ‘পিছত’ অৰ্থাৎ ব্যরহ্ৃত হৈছে। যেনে, পানীৰ যুদ্ধৰ পৰা 'আৰু এনে বুদ্ধ নহল। কোনো
&.
কাৰণে তলত বাকা কেইটিমান উদ্ধত কবি দিয়া হল__ | এই কথা শুনি মহাৰাজাৰ মনে আনন্দিত হল ।
এটা কুকুৰে খুৱালে | crawl খংকৈ...মানুহ পালিব পাচিব দিলে। মানুহ ধৰি afters যাওঁতে। কটকিএ বোলে মই লাগিবৰ নাই ৷ এক দিন ৰাজ পর্ববতক গৈ আহিলত ৷
স্বৰ্গদেৱ বুজোৱাত চন্দ্র বিন্দুৰ ব্যৱহাৰ নতুন বীতি। বহুবচনত প্রাণ আৰু ‘বোৰ’ বহুলভাবে ব্যৱহৃত হৈছে। প্ৰশ্নাৰ্থে ‘নে কি" নাইবা “নি কি’ ব্যৱহাৰ হৈছে । যেনে,--পাতিম নি কি? খাটিব নিকি? অনুৰূপ শব্দ প্রয়োগত কোনে৷ ধৰা-বন্ধ৷ নিয়ম মানি চলা হোৱা নাই; গতিকে অনিয়মিত অনুৰূপ শব্দৰে ately বেছি । __ নাওনওবা, লুড়া-পুড়া, লৰা-লুৰিটো, ধই-ধাৰণ, ৰণ-বন, বটা-বাহন, গাতি-মাটি আদি অনুৰূপ শব্দৰ প্রয়োগ আছে। তদ্ধিত প্রত্যয়ান্ত কেইটিমান নতুন শব্দৰ প্রচলনো পোৱা হৈছে ৷ যেনে ঃ--কোঞ্ৰালি ( বুঢ়া ৰজাদেৱে| কোৌঞ্বালি কালত ), দহেকিয়৷ ( সত্ৰাজিতৰ বংসৰ দহেকিয়া পুতেকটিক ) ইত্যাদি । |
আজিকালি প্রচলিত ‘বৰ’ আৰু ‘মৰম’ শব্দৰ সলনি ক্ৰমান্বয়ে ‘ডাঙৰ’ আৰু ‘বেথ!’ শব্দ ব্যৱহৃত হৈছে। যেনে--ডাঙৰ অসন্তোষ? ডাঙৰ দ্ৰোহীয়া ; atts তাৰ নাম দিলে বিমুন পাতৰ; বেথাকৈ
oe
কোঁনো ঠাইত বিভক্তিৰ চিন উহা থকাও পোৱা গৈছে। বিশেষত্বৰ _