৩২ ৷ '_ অসমীয়া কথা সাহিত্য ‘দেওধাই অসম, বুবঞ্জী’ (কেইবাখনি বুৰঞ্জীৰ সংগ্রহ; ১৯৩২), নাথ বৰবকৱাৰ “SAF বুৰঞ্জী’ ( ১৬৮১-ৰ ১৮০৬ৰ ঘটনা সন্বপিত; ১৯৩২), ‘কছাবি বুৰঞ্জী’ (১৯৩৬), জয়ন্তীয়া বুৰঞ্জী” ( ১৯৩৭ ), farsi বুৰঞ্জী’ (১৯৩৮ ), ‘অসম বুৰঞ্জী’ ( ১৯৪৫ ) আদি বুৰঞ্জী সমূহেই প্ৰধান ৷ কামৰূপ অনুসন্ধান সমিতিৰ পৰাও পুৰণি অসম বুৰঞ্জী’ আৰু ‘পাদশ্যাহ বুৰঞ্জী’ নামব দুখনি বুৰঞ্জী প্রকাশ কৰা হৈছে |
প্রকাশিত আঁটাইকেইখনি বুৰঞ্জীৰ সঠিক বচনা কাল নিৰ্ণয় হোৱা নাই। সম্ভৱতঃ ষোল’শতিকাৰ শেষ ভাগৰ পৰা আৰম্ভ কৰি উনৈশ শতিকাৰ আগ ভাগলৈকে বুৰঞ্জী বচনা চলি আছিল। কালক্ৰমণি স্বৰূপে কামৰূপ অনুসন্ধান সমিতিয়ে প্রকাশ কৰা “পুৰণি অসম বুবগ্রী”কেই প্রাচীনতম বুলি ধৰিব পাৰি। পুৰণি অসম বুৰঞ্জীৰ বচন কীল সম্বন্ধে স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে উক্ত
পুথিৰ পাতনিত লিখিছে--“এই বুৰঞ্জীখনিত আহোম ৰাজাৰ =
উৎপত্তিৰ পৰা সর্গদের গদাধৰ সিংহৰ মৃত্যু পর্যন্ত 'লিখা আছে। গদাধৰ সিংহৰ পুত্র বদ্রসিংহ পাঁটত উঠাৰ কথাৰ উল্লেখ আছে, কিন্তু তেওঁৰ ৰাজত্বৰ বিবয়ে আন কোনো কথা নাই | সেইগুণে এইখন গদাধৰ সিংহব ৰাজত্ব tare বুৰঞ্জী বুলি ধৰ্লেহে ঠিক 'হয়। গদাধৰ সিংহই ১৬০৩ শকৰ পবা ১৬১৭ শকলৈকে ৰাজত্ব কৰে। সেই গুণে এই বুৰঞ্জীৰ ভাষ৷ ১৭ শতিকাৰ অসমীয়া গণ্য ভাষাৰ চানেকী বুলি ধৰিলে ভুল কৰ| নহব ৷” এই একে সময়ৰে স্বৰ্গ নাৰায়ণ দেৱ মহাৰাজাৰ আখ্যান’ নামৰ বুৰঞ্জী অসম গবর্ণমেপ্টৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে ‘অসম বুৰঞ্জী’ নাম দি অলপতে প্রকাশ কৰিছে। ডাঃ ভূঞদেৱৰ মতে ‘অসম AA's ৰচনাকাল, ৯৬৮৯ ১৬৯৫ৰ ভিতৰত | ৃ
পণ্ডিত গোস্বামীদেৱে কথা-শীতা-১৫১৬ শকৰ পিছত লিখা বুলি উক্ত পুথিৰ পাতনিত মত প্রকাশ কৰিছে ।- গতিকে ‘পুৰণি. অসম