সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম বুৰঞ্জীৰ গন্ভ o>

proud of their national literature. In no. department have they been more successful than in a branch of study in which India, as a rule is curiously deficient. The historical works or Buranjis are numerous and voluminous. A knowledge of ‘the Buranjis was an indispensable qualification toan Assamese gentleman.” ( Linguistic Survey of India ).

বুৰঞ্জী অসমীয়াৰ মানত “জ্ঞানৰ ভড়াল ৷” দেশ-শীসনৰ পদ্ধতি, ৰজাঘৰীয়া কাধ্য, সাময়িক ঘটনাৰ বিবৃতি আৰু দেশৰ Gt ডাঙৰীয়াৰ বিষয়ে জনা, শিক্ষিত সমাজে শিক্ষাৰ এটি অপৰিহাধ্য অঙ্গ বুলি বিবেচনা কৰিছিল। বুৰঞ্জী প্রণয়ন অতি পবিত্ৰ কাম। সেই ৰচনাৰ প্রাৰম্ভতে দেৱতাৰ প্রতি প্রণতি জনাই লেখনী ধৰা হৈছিল। বুৰঞ্জীসমূহ সাধাৰণতে sea সকলো বিষয়তে জ্ঞান থকা লোকৰ হতুৱাই যুগুত কৰোৱা হৈছিল। বুৰঞ্জী লিখকক ৰজা ঘৰৰ পৰা প্রয়োজনীয় সকলে! কাকত-পত্ৰ, আহিলা-পাতি দি সহায় কৰা হৈছিল। ৰজাঘৰীয়া ওখ পদবীৰ বিষয়াই ৰচনা কৰা কেইবাখনিও বুৰঞ্জী পোৱা গৈছে । এই সমূহ কাৰণৰ নিমিত্তে বুৰঞ্জীৰ ভাষা neo আৰু wes ৷ বিশেষতঃ বিষয়বস্তু সত্য ঘটনাৰ বিরতি হোৱাত ভাষাই ভাবপ্ররণতা আৰু অত্যধিক বাক্যালঙ্কাৰৰ পবা অব্যাহতি লভিছে। সহজ সবল ভাৱে বর্ণনা কৰাত আৰু দ্বিভাব বাঞ্জক প্রকাশ ভঙ্গিমাৰ অনুপস্থিতিত লেখনী হৃদয়গ্রাহী আৰু

বিৰাট বুৰঞ্জী সাহিত্যৰ সমুদয় অংশ এতিয়ালৈকে প্রকাশ হোৱা নাই। বায় বাহাদুৰ ডাঃ সূৰ্যকুমাৰ ভূঞাদেৱে অসম গৱৰ্ণমেণ্টৰ বুৰঞ্জী আক পুবাতন্ব-বিভীগৰ পবা ধাৰাবাহিকভাৱে বুৰঞ্জীসমূহ প্রকাশ কৰিছে৷ বুৰঞ্জী আৰু পুৰাতন্ববিভাগৰ পৰা প্ৰকাশিত to বুৰঞ্জীৰ ভিতৰত ৬হৰকান্ত বৰুৱা প্রণীত ‘অসম বুৰঞ্জী’ (১৯৩০),