ঞ্লুল্দ ভ্ভাঙললানল্য
প্ৰকাশকৰ কথ!
অসমীয়া কথা সাহিত্য অতি প্রাচীন । কেৱল to ভঙ্গীৰ /ওপবতে এই সাহিত্যৰ যশস্তা নিৰ্ভৰ কৰা নাই; বিষয়বস্তুৰ ফালৰ | পৰাও পুৰণি অসমীয়া to সাহিত্য সমৃদ্ধিশীলী । নাট, দার্শনিক গ্রন্থ, জীরনচবিত, বুৰঞ্জী, জ্ঞান বিজ্ঞানৰ পুথি, চিঠিপত্র আদি' বিবিধ বিষয়ত Wa ষোল শতিকাৰ পৰা অসমীয়া গছ্ধাৰ ব্যৱহাৰ কৰা হৈছে | অসমীয়া সাহিত্যৰ এই ভাগটো যি দৰে চিত্তাকর্ষক, সেইদৰে সি অসমীয়া জাতিৰ গৌৰৱৰ সম্পত্তি |
পুৰণি অসমীয়া to সাহিত্যৰ বিষয়ে যথাযথ বিচাৰ বিশ্লেষণ হোৱা নাই। অধ্যাপক Age বৰুৱা দেৱে বাৰ বছৰৰ পূৰ্বেৰ কলিকতা এ. এচ. এল. ক্লাবৰ দ্বাৰা প্রকাশিত “চিন্তাকোষ” (১৯৩৭) নামৰ পুথিত পুৰণি অসমীয়া to সাহিত্য সম্পর্কে প্রণালীবদ্ধভাৱে আলোচনা কৰিছিল। সেই একে সময়তে 'ববদৈচিলা' আদি অন্যান্য কাকততো শ্ৰীযুত বৰুৱা দেৱে পুৰণি অসমীয়া সাহিত্য সম্বন্ধে কেইটিমান প্রৱন্ধ লেখিছিল। পুৰণি হলেও প্রৱন্ধ কেইটিৰ স্থায়ী মূল্য আছে ৷ সেই প্রৱন্ধ কেইটিকে ক্ৰম অনুসৰি সজাইপৰাই' “অসমীয়া কথা সাহিত্য”ৰ পুৰণি ভাগ প্রকাশ কৰা হল।
সাহিত্যিক আৰু অসমীয়া সংস্কৃতি-এঁতিহৃৰ তথ্য অনুসন্ধানী স্বৰূপে শ্ৰীযুত বৰুৱা দেৱৰ খ্যাতি আছে। এই পুথিৰ প্রৱন্ধসমূহত অসমীয়া গন্ধ সাহিত্যৰ বিচাৰ বিশ্লেষণৰ তেখেতে এটি, নতুন পথ দৰ্শাইছে । এনে চচ্চা যিমানে বাঢ়ে, সিমানে অসমীয়া সাহিত্যৰ, গৌৰৱ বাঢ়িব | সেই কথাকে উপলব্ধি কৰি “অসমীয়া কথা সাহিত্য” বাইজব আগনো আগবঢ়োৱা হল।
প্রথম বহাগ, ১৮৭২ শক ai aes Mefantata দত্তৰকৱ