Se ন অসমীয়া কথ! সাহিত্য
হনুমাঁনক দিলা বব । (মোৰ বৰে হোৱা অজৰ অমব ॥ -তিক্ষণ্হে হনুমন্তক বৰ fem! পৃথিবীক লাগি হনুমন্ত চলি গৈলা । বিপুল হাতে ধবিলোহো। মই ফুলবাণ ৷৷ মাবোহো বায়ুক সবে কৰোঁহো, নিৰ্ধ্যাণ ৷৷ পৃথিবীৰ মধ্যে আছে বায়ুমন্ত বাণ । আগবাঢ়ি RIS বুলিল! বচন ॥” ইত্যাদি ৷
মন্্রসমূহ বেদসন্মত কৰিবৰ কাৰণে মাজে মাজে ওঁ, ব্বাহা| আদি মঙ্গল বচন ব্যৱহাৰ কৰা হৈছে । যথা ঃ “সৰ্বৰক নাশায় স্বাহা । স্বাহাওকং সর্ববগ্রহ নাশায় স্বাহা।” কোনো কোনে মন্তৰ শেষত উং, ale, হ্ৰীং উম, এবং ক্রোং ফট্, অহ আদি গুপ্ত অর্থ থকা ধ্বনিও উচ্চাৰণ কৰা হয় | | Se নাটৰ ভাষাৰ দৰে মন্ত্রপুথিসমূহব as ages | বাক্য ৷ গঠন পদ্ধতি চঞ্চল আৰু ব্যাকৰণ বন্ধন বিহীন। বহুত মঞ্ততে 124 যি প্ৰকৃত গুণ, অর্থাৎ যুক্তি আৰু সংলগ্নভাৱে ভাব প্রকাশ কৰিবৰ ক্ষমতা, তাৰে অভাৱ । ভালেমান মন্ত্র ক্রিয়াহীন কিছুমান দুৰ্ব্বোধ শব্দ আৰু অস্পষ্ট বাক্যাংশৰ wafers মাথোন |, যথা--“ৰামৰ শৰ লক্ষাণৰ শব নাগ শব পোত| শৰ চিঙ্গলিরা শৰ পিঙ্গলিয়া শৰ দেৱ শব ইন্দ্র শৰ চন্দ্ৰ শব”.-.ইত্যাদি ৷ ;
ব্যাকৰণৰ সুত্র মতেও শব্দৰ সমষ্রিয়েই বাক্য নহয়। যি শব্দ সমগ্রিয়ে কোনো এটা ভাব স্পষ্টকৈ প্রকাশ কৰিব পাৰে, সিহে বাক্য সংজ্ঞাৰ যোগ্য। সংস্কৃত বৈয়াকৰণিকসকলে সেই কাৰণেই apne, aire আৰু আসক্তি, এই তিনিক বাক্যৰ প্রকৃত লক্ষণ বুলি নির্দেশ কৰিছে। পদসমূহৰ পৰস্পৰৰ মিলনত সঙ্গত আর্থ প্রকাশৰ . ক্ষমতাৰ নামেই যোগ্যতা ৷ পদসমূহৰ সমাবেশত সমগ্র অৰ্থৰ উপলব্ধিৰ নিমিত্তে শোতা| বা! পাঠকৰ যি স্বাভাৱিক ‘ুচ্ছ'--সিয়েই আকাঙ্ক্। ৷ পদসমূহৰ নিজৰ ভিতৰতে অন্বয় অথবা অর্থগত যি সম্বন্ধ, আৰু সেই সম্বন্ধৰ হেতু ওচবাঁওচবিকৈ ঘি cw