৮ অসমীয়া কথা সাহিত্য দেখো অব তোহাক ক্স: পুৰন্দৰক যত শকতি থিক বুদ্ধ কৰ হামাক হাতক পাৰিজাত নিয়ক দেখি । তবে সাফল বৰাই কয়লি ৷”
“সত্যভাম৷--আহে পুৰন্দৰ ge কি নিমিত্ত পলাৱ | বাজা হয়৷ মানুস কৃষ্ণক ভয়ে ভঙ্গ দেলহ, উচিত নোহে । তোহাৰি ate পাৰিজাতক মঞ্চৰী-পৰিধান কয়ে শচী লাসা-বেশ কৰি casted ৷ তুহু ISS বীৰ, অৱ কৈছে পলাৱ, লাজক পিঠি দেলহ ৷. আয়ে, পামবী শচী, ওহি ইন্দ্ৰক, দেখাই অতয়ে দৰপ করলি । অব তোহাৰি ভতাৰক কৈছে নাহি পলাটৱ ৷ হামী মানুসী aw তোহাৰি পাৰিজাত নিয়া যাঞো। ওহি তাপে মৰিতে নজানৱ 1”
ৰুক্মিণী হৰণ নাটত বেদনিধিৰ হাতত কপ্সিণীয়ে কৃষ্ণলৈ পঠোঁৱা৷ এখনি প্রেমপত্র আছে। ভাষাৰ কথা বাদ দির্লেও প্চীন পত্র লিখাৰ পদ্ধতিৰ পৰিচয় স্বৰূপে এই পত্ৰৰ বিশেষ মূল্য আছে ॥ পত্রথনি তলত উদ্ধত কৰা হল--
“স্বস্তি 3পৰমেশ্বৰ-হ্থৰাস্ত্ৰৰ বন্দিত-পাদ-পল্পা cin জন তাৰণ, নাবায়ণ শ্রীত্রীরুষ্চৰণ সবোজেনু । কক্সিণ্যাঃ সহস প্রণাম লিখনম্।
শিৱমিহ নিবেদনঞ্চ |” “হে স্বামী, ভিক্ষুক মুখে তব গুণ ৰূপ শুনিয়ে কায়বাক্যমনে
তোঁহাঁক পতি ভাবে ব্ৰইছি। তথি পাপা শিশুপাল হামাক বিবাহ কুবিতে আৱল থিক ৷ যৈচে সিংহক ভাগ নিতে শুগাল আসয় থিক ৷ তাহে দেখিয়ে ভয়ে দণ্ডে বুগ যাই। জানি হামু নিজ দাসীক ‘সত্বৰে নেব আসিয়া স্বামী । '
যবে বোল তোহে| অন্তেষপুৰে বহ, কোন পৰকাৰে ভেট পাৱব, aft উপায় কহৌ, হে নাথ wi শুনহ । বিবাহক পূৰ্বব দিবস ভৱানীক মঠ চলব ৷ সে সময়ে হামাক হৰি নিয়ে বাৱ ৷ যব তোহে। হেলা কৰি
দেৱক
হামাক নাহি cad, তব তোহাত বন্ধ দিয়ে হামো প্রাণ Bord ৷৷
পাপী শিশু পালক ছায়া হাঁমো কবহে৷ পাৱে নাহি পৰশো ৷ ওহি