সমললৈ যাওক

পৃষ্ঠা:অসমীয়া কথা সাহিত্য.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আস্কীয়া নাটব গগ্ভ ৫

সংস্কৃত প্রভাৱ পৰিলক্ষিত হৈছে ৷ সূত্ৰধাৰৰ সংযোগ,,সংস্কৃতত বচিত নান্দী শ্লোক আদিৰ বাহিৰেও নাটকৰ গগ্যত সংস্কৃত বাক্য আৰু বহু তৎসম শব্দ ব্যৱহৃত হৈছে । যথা-ইতি জ্ঞাত! সবে সাৱধানে থাক; পুনঃ সূত্রধাবঃ আকাশে কৰ্ণং দত্বা সঙ্গীক বোল; দৈৱকী পুত্র নহি নহি; স্বকী স্বকী স্থান; মত্ত মাতঙ্গ wae; ইতি সঙ্গী fee; তদন্তৰম, অপিচ ইত্যাদি ৷

অঙ্কীয়া নাট আকৃতিব বিচাৰত নাটক; কিন্তু প্রকৃতিৰ বিচাৰত Moats | সেই কাৰণেই sei নাটকৰ কথোপকথনৰ ভাষাৰ - মাজতে| সুবব সংযোজন হৈছে Bela Aide অভিনয়তো| গীত-পদ আক নৃত্যৰে প্রাচ্ধ্য। প্রতি ভাৱৰীয়াই নাচি নাচি আৰু জাত . লগাইহে বচন মাতে ৷ গতিকে নাটকৰ লয়ৰ লগত সঙ্গতি সাধিবলৈকে সঙ্গীতপ্রাণ গগ্ভভাবাব প্রয়োজন হৈছিল। এই খিনিতে এটি কথা উল্লেখ কবা উচিত যে সংস্কৃত নাটকৰ উদ্ভৱ যেনেকৈ কাব্যৰ পৰ| সেইদৰে BRIM নাটকবে৷ জন্ম পদ-পুথিৰ পৰাহে |

কৃষ্ণ মাহাত্ম্যৰ যি সমূহ আখ্যানেৰে অঙ্কীয়া নাটৰ জন্ম হৈছে সেই প্রায়বৌৰ পদলৈ অনুদিত হৈছে। উদাহৰণ স্বৰূপে কব পাৰি যে ‘্ৰুক্লিণী-হৰণ’ নাট সেই নামৰ কাব্যৰ কথা আৰু গীত মিশ্রিত নাটকীয় সংস্কবণহে | নাটকত ব্যৱহৃত, হোৱা WT ভালেখিনি হৈছে সেই নাটকতে সংযোজিত সংস্কৃত শ্লোক আৰু অসমীয়া গীতৰ TO অনুবাদ । উদাহৰণ স্বৰূপে ‘কেলি গোপাল’ নাটকৰ পরব! CAS কৰা হল £--

পদ “বাম বাহুত বাম কপোল মিলায়া, কেলি কদম্ব মোহন বেণু বাই। শুনি বেণু ধেনু ধৰত তৃণ দৰ্শনু | জক বহে নীৰ নয়ন ঝুবায়ি ॥