পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৮ ) জল পাব পাৰে আৰু সেই নিমিত্তে আমাৰ মাতৃ- গিই আৰু মোৰ পাক সিবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰিছে এই চ্যৰি আত্মাৰ পবিত্ৰ মাহ। আহা! তেনেহলে আমি গিৰ্জাৰ আদেশ শুনি প্ৰতিদিন আমাৰ ভাই বিলাকৰ আত্মৰ নিমিত্তে প্ৰাৰ্থনা কৰে। যিবিলাকে এতিয়া আমাক এৰি গৈছে আৰু সিবিলাক এতিয়াও শুচ্যগ্নিত কষ্ট পাই আছে। সিবিলাক আমাৰ ফালে হাত মেলি আৰু দুৰ্ভাগ্য অনুবৰ নিচিনা কয় আমাৰ প্ৰতি দয়া কৰা, আমাৰ প্ৰতি দয়া কৰা, “তুমি অনন্ত যিবিলাক আমাৰ বন্ধু।” আহা আমি সিবিলাকৰ নিমিত্তে প্ৰাৰ্থনা ও ভাল কাম কৰোঁ, আমি বিশেষকৈ সিবিলাকৰ নিমিত্তে পবিত্ৰ মিচ্চা বলিদান উৎসৰ্গ কৰো যেন প্ৰভু যীচু খ্ৰীষ্টৰ বহুমূল্য তেজ সিবিলাকৰ ওপৰত পৰি পাপ ক্ষমা হয়। আহা আমি বাৰে বাৰে প্ৰতিদিনে মণ্ডলীৰ সুন্দৰ প্ৰাৰ্থনা কৰি থাকে-প্ৰাৰ্থনা কিতাপ ২৩ পৃষ্ঠা হে প্ৰভু সকলো বিশ্বাসীৰ সৃষ্টিকৰ্তা আৰু ব্ৰাণকৰ্ত্তা, তোমাৰ মৃত চাকৰ বিলাকৰ আত্মাক পাপৰ ক্ষমা দান কৰা যেন ধাৰ্মিক কাকুতিৰ দ্বাৰা তেওঁবিলাকে নিতৌ হেপাহৰ ক্ষমা লাভ কৰিব পাৰে। তুমি যুগে যুগে জীৱিত আছা আৰু অনন্ত কাললৈকে ৰাজত্ব কৰা। আমেন। চান চ Pa. সুৰ । E lla .r.md .sindid dr.mn:4.m.rid চান ক্ত চ চান চান r dd.m. .f:mm 1.f.m.r.dor: in .d., মি মুচ চা-বা 15 দ = .m r . - D.dr.In : s.r.d.r:d .d .m . . অভ নি চুন্ত ছে $.l.l.s.:s :f mis of .m r, .m.in.r .r :d এ তেৰ ৰা গ্ল - •ৰি ৰা d.d.,t 57