পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

} অসমীয় ভাগ ২য নবেম্বৰ, ১৯৩৫ সংখ্যা ১৫ বন্ধৰ বাণী। যোৱা বাৰ মই তোমালোকক ধৰ্মৰ মাজেদি পোৰা ঈশ্বৰ আৰু মানুহৰ মাজত মহৎ ঐক্যতাৰ বিষযে কৈছিলো। আমি ধৰ্ম মানুহৰ কাৰণে কি লাগতিয়াল বস্তু দেখিছো। ধৰ্ষৰ মাজেদি আমাৰ জীৱনৰ আৰম্ভ আৰু শেষ জানিব পাৰিছোঁ। যেতিয়াৰ পৰাই আমি ঈশ্বৰে সৃষ্টি কৰা এটা পাৰমাৰ্থিক আৰু অমৰণ আত্মা পাইছো, ধৰ্ম্মই আমাক আমি জন্তু বিলাকৰ পৰা কিমান ওখত শিকাইছে; যি স্বৰ্গত চিৰকালৰ নিমিত্তে তেওঁৰ দৃষ্টি উপভোগ কৰিব। কিন্তু এই পৃথিবীত বহুত ধৰ্ম্ম আছে। সিহঁত সকলো সজ আৰু সত্য নে? এই সকলো বিলাক ধৰ্ম্মই ঈশ্বৰক সন্তোষ দিব পাৰেনে? সিহঁত সকলোৱে আমাক স্বৰ্গ পথ দেখুৱাব পাৰেনে? আজি কালি প্ৰায়েই সজ মানুহে এই প্ৰশ্ন সোধে; যি স্বীকাৰ কৰিব নোৱাৰে যে বেলেগ বেলেগ ধৰ্ম্মই পৰস্পৰে কথাৰে প্ৰতিবাদ কৰি সজ হব পাৰে। যদি ঈশ্বৰ কেবল এজন তেওঁলোকে কয় ই বুজাই যে ধৰ্ম কেৱল এটা হোৱা উচিত। সেয়ে,-এটা বাটেদি তেওঁক সন্তোষ দিবলৈ কাম কৰা