পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিজে তেওঁক এইৰে দেখুৱাইছিল যি তেওঁৰ শ্ৰেষ্ঠ কৰুন উপমাৰ গানে ভাৰিছিল, ৰা প্ৰত্যেক দিনৰ আমাৰ জীৱনৰ বস্তু বিকৰে সৈতে খুন কৰিছিল, আৰু ধৰ্ম্ম পুথিয়ে কৈছে—এই নিমিত্তে তেওঁৰ অনাধিন পৰাক্ৰম আৰু ঈশ্বৰীয় স্বভাৱ আদি কৰি অদৃশ্য গুনবোৰ শৰ সৃষ্টিকালৰে পৰা নানা কাৰ্যত বোধগম্য হৈ স্পষ্টৰপে দেখাগৈছে। (ৰোম ১) এই খনৰ শিক্ষাত উৎসব বিলাক আৰু চিল কিলাৰু গিৰ্জাত দৰকাৰ আৰু সেই বিলাকেই মানুহৰ মন ধুকিপাবলৈ অতি উচ্ছ আৰু সজ বাট। পবিত্ৰ পানী এটা চিন। পানী আমাৰ প্ৰভু যীচুয়ে নিজে আৰু বাপ্তাই লোৱা যোহনে বাঙাই দিওতে পবিত্ৰৰ চিন বুলি ব্যৱহাৰ কৰিছিল। গিৰ্জাৰ ওচৰত পানীৰ পাত্ৰ এটা ৰখা হয়। পহিলা গিৰ্জাতে তিয়ান বিলাকে পবিত্ৰ প্ৰাৰ্থনা লবলৈ গিৰ্জাৰ ভিতৰলৈ যোৱাৰ আগতে ঈশ্বৰৰ ঘৰৰ সম্মানাৰ্থে তাতে হাত ভৰি ধেয়ে। এই অভ্যাসৰ বাকী পৰিল পানীৰে কি কৰে। ইয়াৰে সৈতে আমি গিৰ্জাৰ ভিতৰলৈ শোমোৱাৰ অগিতে আমাৰ গাত চতিয়াই লওঁ আৰু দেওবাৰৰ অৱস্থাত ইয়াৰু এৰা হয়। ইয়াক পবিত্ৰ বেলা যায় কাৰণ ই ইয়াকৰ সকলো দৰকাৰৰ কাৰণে দুষ্ট আত্মাৰ বিৰোদ্ধে ঈশ্বৰৰ সহায় খুজি আশীৰ্বাদিত হয়। সম্ভবতঃ ইয়াৰ গুণ গিৰ্জাৰ এই প্ৰাৰ্থনা বিলাকৰ ওপৰত আৰু যি বিলাকে ইয়াৰু ব্যৱহাৰ কৰে সেই বিলাকৰ উচৰ্গাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া তেওঁ ইয়াক আশীৰ্বাদ দিয়ে, তেতিয়া আমাক আৰু অন্য বিলাকক আশীৰ্বাদ দিবলৈ যাতে ঈশ্বৰে, বৰ্তমান কৰা প্ৰাৰ্থনা মন কৰে তাকে প্ৰাৰ্থনা কৰি এজন খ্ৰীষ্টিয়ানৰ আৱশ্যকীয় বয়ৰ পৰিশোৰ, ৰাই দিবলৈ আৰু দুষ্ট আত্মাৰ এলেন দুৰ কৰিবলৈ ইয়াক এবং