পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৭ )


 

“THOU SHALT NOT STEAL.”

“তুমি চুৰ ন কৰিবা।”

 সকলোরে আপনাৰ নিজা বস্তু ৰাখিবলৈ পাৰিবৰ নিমিত্তে শাস্ত্ৰে চুৰ কৰিবলৈ হাক দিচে। তোমোলাক সকলোরে চুৰ নকৰা কিহক বোলে জানা তাৰ অৰ্থ এই অৰ্থাৎ যি বস্তু তোমোলাকৰ নহয় সি অতি ক্ষুদ্ৰ হলেও নিনিবা।

 যদি তোমোলাকে স্বৰূপকৈ সৎ লৰা হৈ ঈশ্বৰৰ আজ্ঞা পালন কৰিব খোজা তেন্তে কি সরু কি ডাঙ্গৰ যি বস্তু তোমোলাকৰ ন হয় তাক চুবলৈকো মন নকৰিবা কেতি য়াবা তোমোলাকে মনত ভাবিব পৰা বোলে অমুক বস্তুটি কেনে চিকোন ময় তাক পালোঁহঁতন তেহে! কিন্তু লৰাহঁত কেতিয়াবা তোমোলাকৰ মনত এনে ইচ্ছা হলে পাপ নামে যে তোমোলাকৰ বৈৰী আচে সেয়েই এনে কুমতি দিচে বুলি মনত কৰিবা আরু সকলো চিত্তে সৈতে ঈশ্বৰক এই বুলি প্ৰাৰ্থনা কৰিবা বোলে হে প্ৰভু মোক অকৰ্ম্ম কৰি বলৈ মতি নি দিবা।

হে প্ৰিয় লৰা সকল তোমোলাকৰ মনত পৰৰ বস্তু আনি বলৈ ইচ্ছা হোৱা মাত্ৰেই সেই ইচ্ছা দমন কৰিবা কিয়নো তাৰ পৰা ত্তমি নিশ্চয়কৈ পাপৰ পৰা ৰক্ষা পৰিব পাৰিব

আরু সদাই “ঈশ্বৰৰ চকু সকলো ঠাইতে আচে” বুলি