Tae? বয় দৃশ্য] ৰু be
হেনো সকলোকে চণ্দিলে। এনে না-ভূত না-শ্ৰুত কথা cate পণ্ডিতজনেই হ'ল ভো-পণ্ডিত।
এড়ুন্দ্র_ঈশ্বব যদি নায়েই, সেই ভূত পাচৌটাক নো কোনে চঞ্জিলে ? পপীয়া মানুহ মৰিলেই ভূত-প্ৰেত হৈ থাকেগৈ বুলি শাস্ত্ৰত কৈছে। সেই ভূত-প্রেতবোবে নো ক’ৰবাত জগতখন চ্্ছিব পাৰে নে বাৰু?
ভদ্ৰ-_ ভূত-প্রেতব কথা নুলিয়াবিহঁক বোপাই ৷ বৰ বেয়া ঠাই ডোখৰত এই কাল-দদ্ধিয়াখন আহি পৰিছৌহি, দেখ| নাই?
ব্যোম-- ভদ্ৰৰ ভয় লাগিলেই ৷ গাৱ'ৰ বৰ বীবজন !
ভদ্ৰ-- তুমি বৰ বীবজনবহে মুঠেই ভয় নাই, সেই দেখিহে সেইদিন| সৌ অৰ্জ্জুন জোপাৰ তলত তিনি বিচুৰ্ত্ত খাই থৰ্ কাছুটি এৰি লৰ ধৰিছিলা।
খড়গ হয়নে নহয়, অৰ্জ্জুন জোপাৰ ওচৰ পালেহিয়েই দেখোন | :
ভদ্ৰ-- এতিয়া তত্ লবা ব্যোম কাই ।
ব্যোম-- বেছি কথা নকবি a
( এনেতে অৰ্জ্জুন গছজোপাৰ ওচৰত জর্জবাই এটা শব্দ হয় )
ব্যোম-- ও আই, খালে ওঁ। (ব্যোমে ভদ্রৰ গাত গবা মাৰি ধৰে ) আটাই কেউটাই-__খালে ও, খালে ও। ( আটাই কেউটাই খালে ওঁ খালে ওঁ বুপি প্রস্থান ) পৰিবৰ্ত্তন-_