সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিরিত ৬.

রাকা নিত বৰা বীমা ৭৪ ৮৮

তৃতীয় দৃশ্য

গছৰ তল--আলিবাট

ব্যোমকেশ, খড়গ, এড়,ন্দ্ৰ ভদ্ৰ নগৰৰপৰা উভতি

খড়গ

wy

আহি থাকে

কাল--সদ্ষ্যা বাৰু ভদ্ৰ, তই নগৰখন কেনে দেখিলি অ’! তোৰ নগৰখনত মন বহিল নে গাওঁখনলৈ মনত পৰিল ? নগৰখন ভালেই, সেই বুলি .আমাব গাওঁখনৰ সমান হব কেনেকৈ?

এডন্দ্র-কিয়, তোৰ গাওঁখনত cai কিটো! আছে অ’। গাওঁ-

এডুন্দ্

খড়

খনৰ সমান নগৰখন কেনেকৈ হব ৰি যে গপ্টো মাবিছি?

নগৰখনত নো কিটো! আছে ? পকীঘব কিছুমান আক চাৰিওফালে কীণ-তাল-মবা কোঢ়াল, হাতীৰ গৌজৰণি, ঘোৰাৰ ঢেক্‌ঢেকনি, ৰথৰ ঘবঘবণি, শিবিববোবত সৈন্যবিলাকৰ তৰোৱালৰ কিমান কন্‌- -ঝননি। নগৰ নহয় জানিবা এখন বিহু হাট হে।

atte যে পকীঘবো নাই, হাতীয়ো নাই, ঘোবাও

নাই, ৰথে| নাই, চাৰিটা ঘোৰাই টন| ৰথখন তই নগৰত দেখিলিনে নাই ?

চাবিটাই নালাগে দহোটা ঘোৰাই Gai বথখনকে জানিবা দেখিলে", পিছে দেখিলেই জানে৷ পেট