এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Ab [ অলকা
নাজানিলে| সম্তাবিব মৃদু বচনৰে একো নোৱাৰিলে| সম্তোবিব দিলে” দুখ, সিদিনা কি কুক্ষণত পাই ৷” তন্দ্ৰা-- ( আকাশৰ ফালে চাই) কি দুখ দিলা নো সখী! ্ লাজতে প্রত্যাখ্যান কৰিলণ নে কি? অলকা--- rafal একে৷ ৷ পঢ়া| যদি পঢ়ি cae) মাথোন | (তন্ত্ৰাই আকউ পঢ়িবলৈ ধৰে ) তন্দ্রা “নিজগুণে যদি প্ৰিয় অৱলাৰ প্ৰগল্ভতা ক্ষমা কৰি প্রথমৰ মহত্বৰ তৱ মোক নিদিয়া আশ্রয়, ৰ’ব কোন বৃক্ষ ধৰি | জীৱন-লগটি এই ক’লই বগাব বাৰু হব ক’ত ভূতলত অলকা-আলয় ?” “মহা অন্তি সমুদ্র সি নিজকে নাস্তিক বুলি
যদি কৰে অহোৰাত্র গভীৰ গজ্জন,