সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কম অঙ্ক S37

aa

a) ৬৯

বুলি নো তোমাক কোনে কলে? ব্যাকৰণ হে নেলাগে অগ্নিয়ে বাক কোনখন স্মুতিলৈকে পৰোৱা কৰিছে ? শ্রতিরেই যাৰ wate, মূলতে কৰে যি কুঠাৰাঘাত, তাৰ আকৌ ডাল-পাতবোৰলৈ মমতা হব পাৰে জানে| মালকী ? ( এনেতে মদন ল’ৰি আহি মালবীৰ কাষ পায়হি )

মদন-- আইতা, পখিলাটো «a নোৱাৰিলে । ক’ৰবালৈ উৰি গ’ল, নেদেখা হ'ল।

মালবী-_- হওক দে নেদেখা ৷ হৌ, এই বকুল, শেৱালি আৰু তগৰ ফুলৰ মালা কেইধাৰকে পিন্ধি ল। ফুলতে| ইশ্বৰ আছে নহয়-_ ৷

( কেৰাহিকৈ অগ্নিয়ে চায়। অগ্নিয়ে এটা বিভ্ৰূপৰ হাহি মাৰে | মদনে মূৰ দোৱাই fetes মালা কেইধাৰ পিন্ধে আৰু উল্লাসিত হৈ পৰে। )

মদন-ঁ আইতা, মই এতিয়া গুৰুদেৱৰ ওচৰলৈ যাওঁগৈ দেই ৷ মালা কেইধাৰ দেখুৱাওঁগৈ।

মালবী-- বাক যা, দেখুরাগৈ ৷ [ মদনৰ প্রস্থান ]

মালবা —( অগ্নিৰ প্রতি ) তুমিও এধাৰ নিপিন্ধ৷ cyanate, Haq মালা?

অগ্নি-- ফুলৰ মালা! অগ্নিয়ে পিন্ধিব! তুমিও ভাল, পৰ্ব্বতৰ টিঙত পছুম ফুল ফলাবলৈ ওলোৱ"। মালবী !

মালবী-_ কিয়, আজি arate) অৱস্তী, অজন্তা আদি