৬৪ [ অলকা
কৈছে--“দ্বিধ| কুত্বা আত্মানে। দেহমদ্ধেন পুকবোহভবৎ অৰ্দ্ধেন নাবী তস্যাংশ বিবাটমস্থজৎ প্রভু)” ঈশ্ববেই প্রকুতি-পুকব__মতা-তিবোতা__ছুভাগ হ'ল। মূৰেই নাই, অথচ মূৰ কামোবণি। “বৃজককি”। ( কবিৰ প্রবেশ )
কবি-- কি অগ্নি, কি বুজককি ঈশ্বৰ নহয় নে?
অগ্নি--অ’ কবি--নহয় কি, ঈশ্বব “বুজৰুকি’) নহয় কি? বাক তুমি কোরাচোন। মতা আগ নে তিৰোতা আগ ? কোন আগেয়ে হ'ল?
কবি- তুমিয়েই cate iota কোন আগেয়ে হ’ল, তুমি হে মস্ত দাৰ্শনিক |
অগ্নি-- tq তো নায়েই। মতা আগ নে তিবোতা আগ এইটো! অৱশ্যে এটা প্রশ্ন ।
কবি-- নিশ্চয় এটা প্রশ্ন, তাৰ উত্তৰ দিয়া এতিয়া ।
অগ্নি-মনত মোৰ উত্তৰ এটা খেলাইছে । কোমলৰপৰা কঠিন অবস্থা পোৱাটোৱেই স্বাভাবিক ৷ পানীৰপৰা বোকা, বোকাৰ পবা মাটি, মাটিব পবা টান মাটি, টান মাটি টান মাৰি শিল পৰ্ব্বত হয়গৈ | এই ক্ৰমত ভাবিলে মানুহৰ অবয়বটোরে কোমল নাবী অৱস্থাৰ পবা কঠিন অবস্থা পোরাটো যুক্তি সঙ্গত নহৈ নেথাকে ॥ খুব ABA এইটোৱেই হব।
কৰি__ মইতো তাকেই ভাবৌ, অলকা নাৰী, অলক| কোমল,