এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হল
খড়গ
ey
এব্যোম
[ অলকা
_খড়গই যিবাৰ কথা উলিয়াইছে, ভাল ভাল পণ্ডিতৰে থৰ্ কাছুটি হেবাই যাব ।
AWE হওঁতে একেষাৰ কৈছে, বর্হমাই কিন্তু প্রথমে
পৃথিবীহে চঞ্জিলে। তাৰপিছত দিন-বাতি, তাৰ- পিছত হে মতা-তিবোতা |
পিছত আগেয়ে দিন চজ্জিলে নে বাতি চঞ্জিলে ?
সেইটো আগেয়ে নজনাকৈয়ে খড়গই মতা-তিবোতার কথাটোত ধৰিলেগৈ । বাম নৌহওঁতেই ৰামায়ণ হ'ল;
হয়, হয়, তই বৰ ভুলটে! পালি । ass একে বেলিয়েই চাৰিমুঠি জীৱ চৰ্্জী নাই ? চাৰি মুঠি জীৱৰ নাম কচোন চাওঁ কিমান পণ্ডিতজন !
তই হে বৰ পণ্ডিত! তয়ে কচোন বাক চাৰিমুঠি জীৱ, WUE প্রথমে কত সি'চিলে ? মাটি নোহোৱাকৈয়ে সি'চিছিল }
ASS থাকি নেমাতে উচিত, দোষে পায় কিঞ্চিৎ কিঞ্চিং।
_ব্যোমকায়ে “carer বুলি দেখোন আকৌ মাত লগালে।
_ব্যোমকাই বোবা নেকি? মাতিবতো, হক কথাত নামাতিব কিয়? ইমান পৰ তামোল খন খাইছিল দেখিহে_-তেও মতা নাই ।