সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় অন্ধ 2 ৫ম দৃশ্য ] ন

বাকী কেইজন-__এবা ইয়াতে ক্ষন্তেক বহি জিৰাই লৈ নগৰ

সোমাওঁহঁক | মু ( কেউজন বহে )

খড়গ-- বুভিছা ককাই, বৰ্হমাই প্রথমে তিৰোতাক হে চজ্জিলে» মতাক চজ্জিলে পিচত হে ৷ নহলে তাই সোধ নাই, পোচ নাই, ঘপহকৰে মোৰ গাত পৰিবহি পায়নে, বাৰু! উস্‌ BAC ভয় সঙ্কোচ নহল a)

ব্যোম-- তুমি মতাজন আকৌ বৰমতা নহয়--সেই দেখিহে তিৰোতাজনীৰ গাটে। গাত লাগৌতেই FHI খাই পৰিলোগৈ।

_ নহয়, হওঁতে খড়গই ভাল কথাবাৰকে উলিয়াইছে,

ব্যোমকায়ে হে উভ হাটো ধৰি কেনেবা কৰিছে |

ব্যোম __ইস্বতই আকৌ হলি মহামুনিজন থিতাতে |

ভদ্র __ব্যোমকায়ে কথাই কথাই উভ'হা৷ ধৰি লোকক ভাল - কথা এবাৰে| কবলৈ নিদিয়ে, সেই দেখিহে ব্যোমকাইৰ লগত মই ওলাব নোখোজে তেও |

ব্যোম -_বাক, বাৰু, তহঁত ভাল কেইটায়ে কি কর ক--মই নেমাতোৱেই ৷ গছত গৰু উঠা_হোলোগাৰে কাণ, খজুৱা| কথা শুনিলে মোৰ কাণে টহ.টহাই যায়-- বুজিছ ? মই তামোল এখনকে খাওঁ বোপাই | ( হাচটি মেলি তামোল কটাৰী লৈ তামোল কাটে আৰু অকলে খাই থাকে )