সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ [ অলকা

অগ্নি-- ( মালবীৰ ফালে চকু ঘূৰাই ) অ’ মালবীও ইয়াতে, আজি বসন্ত নৃত্য নেকি?

মালবী-- বসন্ত কালত মুগয়াতকৈ নৃত্যই ভাল নহয় জানো?

অগ্নি-- পাত্র ভেদে দুয়োটাই ভাল। নৃত্য ভাল-_নর্ভক- নর্ভকীলৈ, মৃগয়া ভাল- মৃগয়ার্থীলৈ ।

মালবী__ বীৰলৈ একা?

অগ্নি-- বীবলৈ dae

মালবী-_ তেন্তে মৃগয়াই বীৰৰ বীৰত্ব হ'বলা ?

অগ্নি-- মৃগয়াক Tae বুলি কৈছৌ জানো ?

মালবী__ তোমাৰ নিচিন| বীবলৈ তৰণী মৃগয়াই বীবহ।

অগ্নি-- আক তোমাৰ নিচিন| বীব-বমণীৰ বীৰত্ব বিদ্রপ বাণী। বাক, আমি আহোহে এতিয়া । নমস্কাৰ!

মালবী-_ নমস্কাৰ |

ব্যাধ-- নমস্কাৰ ! (অগ্নি আক ব্যাধ উভয়ৰে প্রস্থান )

মালবী-_ দেখিল Pet নমনা বীবজন। অলকালৈ কেনে কেবাহি-কেবাহিকৈ চাই গ'ল।

(অলকাই লাজত তলমূৰ কৰে ) চন্দ্ৰা-- অলকায়ো হবলা টলকা মাৰি তেওঁলৈ চোৱা নাই মাধবী-- চালে যদি চালে। চালেই জগৰ লাগিল নে? তন্দ্ৰা'- অলকাই তো চাবই, আনবিলাকেও তে! চাইছিল ! মালবী_এনে ৰূপকোৱ'ৰ এজনক A কোন গাভৰুৱে এবাৰ

নোচোৱাকৈ থাকিব পাবে?