সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় অঙ্ক 2

হর্থ দৃশ্ত ৫১

[ মালবীয়ে মনতে গুণগুণাই নাচিবৰ উপক্রম কৰে। এনেতে Seas এট! হৰিণ লৰি আহি অলকা আক মালবীৰ

অগ্নি-_ ব্যাধ-- afi.

ব্যাধ--

অগ্নি-_

কাষেদিয়েই জপিয়াই পানীত পৰে, এডাল কাড়ো লগে লগে ওচৰতে আহি পৰে। হৰিণটে] states পানীৰ ছিটিকনি আহি ছোৱালীইঁতৰ গাত পৰে]

ANG গ’ল, গ’ল, জ'পিয়াই পানীত পৰিলগৈ ৷ ইস্‌ ইস্‌, ভাল সাৰিল।

অ’ আশ্রমবালা, নালাগে থাওক আৰু Ste নামাৰিবি ৷ ‘

(aft আক অলকাই পৰস্পৰৰ প্রতি ৰ লাগি চায়) হৰিণটো সৌ হাবিৰপৰ| খেদি আনোতে এইপিনে ওলাই পানীত পৰিলহি ৷ আমি জানি শুনি এই পিনে অহা নাই আইদেউসকল !

এৰা, আমি জানি শুনি অহা! নাই ।

অলকা-- (4482) যাকে ভাবিছিলো তাকেই দেখিলো, আহ| !

afi—

ব্যাধ_

কি সুন্দৰ!

( স্বগতঃ ) ডাৱৰৰ তলে তলে বাঢ়ি হঠাৎ গুলোর পূর্ণ চন্দ্রটিব দৰে যেন নতুনকৈ দেখিলেন। ইমান সুন্দৰ | (কটাই) cai, আমি যাওঁৱেই বল ব্যাধ কাই। প্রভু, সেইপিনৰ হাবিখনলৈকে ঘূৰি যাওঁ, তাত ডাঙৰ মাইকী হৰিণী এজনীও দেখো যেন কৰি আহিছে| ।