এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
e. a
৬ ভাং < চতুৰ্থ দৃশ্য টী (Haze) নদীৰ পাৰ--ওচৰতে এখন
রি সময় বেলি বহাৰ আগত ] (এপিনৰপৰ| অলকা সখীয়েকইতবেসৈতে আহিছে । আন পিনব-
পৰা মালবী থমকি থমকি গুণগুণাই গান গাই আহে)
চন্দ্রা চোবী, চোর, সৌৱা মালবী বাইটি ওলালহিয়েই |
মাধবী__ গাত নাচ লাগিয়েই আহিছে 1
অলকা-_মালবীৰ নৃত্য ভঙ্গীয়েই ইমান মনোবম ।
মালবী-_ ( অলকাৰ ওচৰ otf) কি ক'লা তুমি, মোৰ নৃত্য- ভঙ্গী ইমান মনোৰম } তুমি যে আকৌ নিজেই বৰ মনোৰম৷ ? অলকা বাৰু আশ্ৰমৰ সকলো ছোৱালীতকৈ মনোবমা নহয়নে, আইটিহঁত 2
মাধবী__ কী'ৰ লাগিছে নে, আমি কলে আকৌ অলকাই পেংলাই কৰ! বুলি হে ভাবে |
চন্দ্ৰাবব্ব বৰণটোকে cal চাব| কি, যেন জোনাকী জোনটো হে |
তন্দ্রা চকু ছুটি পদ্মৰ পাহি ।
চন্দ্রা চকুৰ মণি ছুটা হলে ক’লা হীবা।
SHI— নাকটো সাইলাখ ভাটৌৰ ঠোটটো। দাত কেইটা মুকুতাৰ পাতি।
ৰ 4 এ (কঃ নং-১৬৩০
1৫