সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বয় অন্ধ 2 ৩য় দৃশ্য ] +

কথা ৷ ব্যাধৰ লগত তর্ক-বিতর্ক নুশুৱায়। সি জানে DM, তাৰ লগত মৃগয়াৰ আনন্দ উপভোগ কৰাই ভাল ৷ (ফুটাই ) আৰু আপোনা-আপুনি হোরা ঈশ্ববজন থৈ দে। পিচে কলৈ যাবলৈ নো ভাবিছ আজি?

ব্যাধ--প্রভুৱে ব’লৈকে ইচ্ছা কৰে। সৰস্বতী নৈৰ ওচৰৰ হাবি দবাতে বহুতো হৰিণ আছে বুলি শুনিছৌ। সেইফালে যোৱাই বেয়া নহয়।

অগ্নি--খুব ভাল কথ| ৷ ময়ে| সেই ফাললৈকেহে যাম বুলি ভাবিছিলে'। ৷ ববি, মোৰ ধনু-কীড় লৈ আহে| ৷

( ভিতৰলৈ গৈ ধহ্ছ-কাড আনি )

ব’ল ব্যাধ কাই, জীৱই যদি ঈশ্বব, সেই ঈশ্ববকে বধ acd tet ব’ল । -

ব্যাধ--ইস্‌. ৰাম! ঈশ্ববক কেনেকৈ বধ কৰিব ? কি কথাবাৰ কলে প্রভুৱে |

অগ্নিবাক ব'ল; তোৰ সেই মৃগয়াৰ গানটোকে জোৰ ॥ ছুয়ো নাচি-বাগি গৈ থাকো |

ব্যাধ--হয় AY, সেইটোৱেই ভাল |

[ ব্যাধে গান জোৰে। তাৰ ছেরে ছেৱে ব্যাধ আক অপ্রিকুমাৰ দুয়ো! ধঙ্গ tae ভিৰাই নাচি নাচি যাবলৈ ধৰে।]