সমললৈ যাওক

পৃষ্ঠা:অলকা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় অঙ্ক $ ১ম দৃশ্য ] ৩৭

কবি --অন্তৰাহিনী সৰস্বতীৰ তুমি বালি খুচৰি দি বেগটো চাব নোরাৰ জানো?

মালবী-_সেই চেষ্টাতে তো বসন্ত নাচটে| দেখুৱাই চাবলৈ বুলি eZ | নহলে আশ্ৰমৰ সনীপত গৈ নৃত্যৰ দৰে আশ্রম-বিকদ্ধ কাম এটা কৰিবলৈ মোৰ কেতিয়াও প্রবৃত্তি নজন্মে। *

কবি --তোমাৰ মনত যেতিয়া একে৷ কলুব নাই, কলা বিদ্যা হিচাবে আশ্ৰমৰ বাহিৰত নৃত্য প্রদর্শন কেতিয়াও আশ্রম-বিকদ্ধ হব নোৱাৰে ৷ সুকুমাৰ কলা-ধৰ্ম্ময়ো প্রকাশ কৰে সেই “বসো বৈ সঃ’ was! নৈয়ে বেনেকৈ প্রকাশ কৰে সাগৰলৈ বৈ গৈ।

মালবী_-তোমাৰ কথাই সঁচাকৈ অন্তৰ পৰশি সকলে। সন্দেহ ভঞ্জন কৰি দিয়ে। তুমি যে কবি সেইটো তোমাৰ কথাই কথাই প্রমাণিত হয়।

কবি _-আক তুমি যে তপস্বিনী মদন মাতৃ, সেইটো প্রমাণ কবে তোমাৰ কলা-প্রীতিয়ে তোমাৰ সুকুমাৰ নৃত্য কলা লৈ অহৈতুকী অনুৰাগেও |

কবি --অ’ মদন, মদনে কি কৰিছে?

মদন _একো কৰা নাই--বসন্তৰ ঘৰলৈ যাবলৈ বাট চাই আছোঁ৷ |

"কবি তুমি তেন্তে আজি সৰস্বতীৰ পাৰলৈকে যাবাগৈ, মদন বাক মোৰ লগত ABA ঘৰলৈকে যাব।